পুনৰ টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ মজিয়াত পদাৰ্পন কৰিব সংগ্ৰামী নেতা লোহিত গগৈয়ে। ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰি পুনৰ টাইপাৰ মজিয়াত পদাৰ্পন কৰাৰ ইংগিত প্ৰদান কৰিছে নেতা গৰাকীয়ে। ইতিমধ্যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈলৈ পদত্যাগ পত্ৰ লিখা লোহিত গগৈয়ে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে। সম্পূৰ্ণ ব্যক্তিগত কাৰণত ৰাইজৰ দল ত্যাগ কৰা বুলি জানিবলৈ দি নেতাগৰাকীয়ে ৰাইজৰ দলৰ প্ৰতি কোনো ধৰণৰ বিদ্বেষ নাই বুলি মন্তব্য কৰিছে। আনহাতে টাই আহোম জনগোষ্ঠীৰ উত্তৰণৰ স্বাৰ্থত পুনৰ টাইপাৰ মঞ্চৰ জৰিয়তে কাম কৰি যোৱাৰ ইচ্ছা প্ৰকাশ কৰা লোহিত গগৈক সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইও আদৰণি জনাইছে টাইপাৰ মজিয়ালৈ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ખંડણીના ગુનાના કામના આરોપીઓને ગણતરીના કલાકોમાં જ પકડી પાડતી વડોદરા શહેરની સયાજીગંજ પોલીસ…
ખંડણીના ગુનાના કામના આરોપીઓને ગણતરીના કલાકોમાં જ પકડી પાડતી વડોદરા શહેરની સયાજીગંજ પોલીસ…
જસદણના કમળાપુર ગામ નજીક ઇકો કાર અને ફોરવીલર વચ્ચે અકસ્માત થયો ત્રણ લોકો ઈજાગ્રસ્ત
જસદણના કમળાપુર ગામ નજીક ઇકો કાર અને ફોરવીલર વચ્ચે અકસ્માત સર્જાયો ત્રણ લોકો ઈજાગ્રસ્ત
Prime Video के लिए बड़ा अपडेट, इस बदलाव के साथ आ सकता है नया अमेजन प्लान, पुराने से कितना होगा अलग
बताया जा रहा है कि अमेजन प्राइम एक ऐसा प्लान लाने जा रहा है जिसमें उनको ऐड देखने को मिल सकता है।...
श्रवण संस्कृति संस्थान द्वारा आयोजित नौ दिवसीय शिविर का समापन आज
श्रवण संस्कृति संस्थान द्वारा आयोजित नौ दिवसीय शिविर का समापन आजबूंदी। जैन सोशल ग्रुप बूंदी के...
ઝાલોદ:- બસ ડેપો વર્કશોપમાં કામ કરતા મિકેનિકલ દ્વારા ઝાલોદ બસ ડેપો મેનેજરને આવેદનપત્ર આપવામાં આવ્યું
ઝાલોદ:- બસ ડેપો વર્કશોપમાં કામ કરતા મિકેનિકલ દ્વારા ઝાલોદ બસ ડેપો મેનેજરને આવેદનપત્ર આપવામાં આવ્યું