গেলাপুখুৰী চাহ বাগিছাত অইল ইণ্ডিয়া লিমিটেডে চলোৱা উচ্ছেদ অভিযান আজি বন্ধ ঘোষণা কৰে আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতিৰ লগতে গেলাপুখুৰী চাহ বাগিছা প্ৰাথমিক গোটে ৷