৩০ ছেপ্তম্বৰ, ২০২২ তাৰিখত অনুষ্ঠিত হোৱা গোলাঘাট জিলাৰ কমাৰগাঁও মহদ্যালয়ৰ ২০২২-২৩ বৰ্ষৰ ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচনত মিচিং ছাত্ৰ সংগঠন TMPK আৰু (অসম ছাত্র পৰিষদ) ACP ৰ বৃহৎ সাফল্য ৷

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

# সভাপতি - অংকুৰজ্যোতি বৰি TMPK

# উপ সভাপতি- অভিনাশ লইং (TMPK) 

# সাধাৰণ সম্পাদক চন্দন ফুকন -(ACP) 

# সহকাৰী সাধাৰণ সম্পাদক - বিপ্লৱ বৰি(TMPK) 

# সাংস্কৃতিক সম্পাদিকা - কৰিনা টাইদ (TMPK)

# ক্ৰীড়া সম্পাদিকা - জ্যোতিকা সোনোৱাল (ACP)

# আলোচনী সম্পাদিকা - আহিস্তা সিং (ACP)

# সাহিত্য সম্পাদিকা - দেৱী মৰাং (TMPK)

বিজয়ী সকললৈ শুভেচ্ছা জনাই মহাবিদ্যাল়খনৰ গৰিমা অটুট ৰাখি ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ কাৰণে কাম কৰি যাবলৈ আহ্বান জনাইছে গোলাঘাট জিলা TMPK ৰ সভাপতি জিতু বৰিয়ে।