২০১৪ চনলৈ তেওঁ বিচাৰি পোৱা নাছিল উপাৰ্জনৰ ভাল পথ। সেই বছৰতে খাদী বোৰ্ডৰ পৰা আঢ়ৈ লাখ টকা ঋণ লাভ কৰে দিলীপ কুমাৰ শৰ্মাই। পকাদলিৰ নিজা বাসগৃহ সংলগ্ন কৃষিভূমিতে আৰম্ভ কৰে তিনিবিঘা পানীকালীৰ এটি পুখুৰী। লগে লগে পাৰত আৰম্ভ কৰে কল, নেমুটেঙা আৰু বিভিন্ন শাক-পাচলিৰ খেতি। ইয়াৰ পিছতে আৰ্থিক অৱস্থা কিছু সচ্ছল হোৱাত কৃষক গৰাকীয়ে আৰম্ভ কৰে আন এটি দুবিঘাৰ পুখুৰী। সেইটো বনৰীয়া মাছৰ বাবে। সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰ মাছ পুহিবলৈ আৰম্ভ কৰা কৃষক জনে বৰ্তমান পুহিছে এজাক থলুৱা ছাগলী, হাঁহ আৰু উন্নত প্ৰজাতিৰ এটি গাই। গাইজনীয়ে গাখীৰ দিয়ে ১৫ লিটাৰ পৰ্যন্ত। পুখুৰীটোৰ পাৰত বৰ্তমান আছে কেইবাজোপাও বহু মূল্যবান বগা চন্দনৰ গছ। সদ্যহতে কৃষকজনে বছৰি ডেৰ-দুই লাখ টকা উপাৰ্জন কৰে বুলি জানিবলৈ দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મોંઘવારીઃ આજે ફરી વધ્યા તેલના આટલા ભાવ, સિંગતેલનો ડબ્બો 3000 રૂપિયાને પાર પહોંચ્યો
મોંઘવારીઃ આજે ફરી વધ્યા તેલના આટલા ભાવ, સિંગતેલનો ડબ્બો 3000 રૂપિયાને પાર પહોંચ્યો
Infinix ने लॉन्च किया सस्ता फोल्डेबल फोन, कम दाम में सैमसंग और शाओमी को मिलेगी टक्कर
इंफिनिक्स ने ग्लोबल मार्केट में अपना पहला फोल्डेबल स्मार्टफोन लॉन्च किया है। आने वाले दिनों में...
ડીસામાં રાઈટ ટુ હેલ્થ બિલ સામે વિરોધ....
ડીસામાં રાઈટ ટુ હેલ્થ બિલ સામે વિરોધ: રાજસ્થાન સરકારે લાવેલા કાયદાના વિરોધમાં સમગ્ર દેશના તબીબો...
ন পমুৱা প্ৰাথমিক বিদ্যালয়ত বিদ্যালয় একত্ৰীকৰণক লৈ প্ৰতিবাদ ছাত্ৰ ছাত্ৰীৰ
ন পমুৱা প্ৰাথমিক বিদ্যালয়ত বিদ্যালয় একত্ৰী কৰণক লৈ প্ৰতিবাদ ছাত্ৰ ছাত্ৰীৰ।