বৰহোলাৰ বিভিন্ন গ্ৰামাঞ্চলত কিছুদিনৰ পৰা সঘনাই দেখা গৈছে লাজুকী বান্দৰ। নিশা খাদ্যৰ সন্ধানত আহি গ্ৰামাঞ্চলৰ লোকৰ ঘৰৰ চোতাল পৰ্যন্ত পাইছেহি লাজুকী বান্দৰ। ৰাইজক শংকিত নহ'বলৈ বন বিভাগৰ আহ্বান। খবৰ পালে বন বিভাগে উদ্ধাৰ কৰি উপযুক্ত স্থানত মেলি দিয়াৰ ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বৰমাত সমন্বয়ী কলাকেন্দ্ৰৰ উদ্যোগত বিহু নাচ আৰু বিহু ঢোলৰ ৭ দিনীয়া কৰ্মশালাৰ আৰম্ভ
Barama Bihu dance
অসমৰ আকাশে-বতাহে এতিয়া ঢোলৰ গুমগুমণি । আৰম্ভ হৈছে আখৰা,...
भारतीय क्रांति दल की ओर से जेल भरो आंदोलन किया गया.
भारतीय क्रांति दल की ओर से जेल भरो आंदोलन किया गया.
Vivo ने उतारा सेगमेंट का सबसे मजबूत फोन, सॉलिड है कैमरा, 44W फास्ट चार्जिंग से भी है लैस
Vivo Y29 5G को भारत में लॉन्च किया गया है। इस स्मार्टफोन में MediaTek Dimensity 6300 प्रोसेसर...
थैलीसीमिया पीड़ितों के लिए 77 यूनिट रक्त का हुआ संग्रह
कोटा में लगातार रक्त की कमी को देखते हुए पांचवा रक्तदान शिविर लक्ष्य कॉमर्स कलासेज छावनी में...
উজনি অসমৰ প্ৰায় ৭খন জিলাৰ ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ উপস্থিতিত শিৱসাগৰ নগৰত সদৌ অসম ছাত্ৰ সন্থাৰ বিশেষ বৈঠক।
শিৱসাগৰত সদৌ অসম ছাত্ৰসন্থাৰ বিশেষ বৈঠক। উজনিৰ প্ৰায় ৭খন জিলাৰ ছাত্ৰসন্থাৰ প্ৰতিনিধিৰ অংশ গ্ৰহন।...