কলিয়াবৰৰ বাগৰিত সংঘটিত হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিলে আৰক্ষীয়ে। সোমবাৰে কলিয়াবৰৰ বাগৰিত এগৰাকী মহিলাক খুকুৰীৰে ঘপিয়াই হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছিল। মুখত ক'লা কাপোৰ মাৰি পাঁচ দুৰ্বৃত্তই কাৰ্বি পাহাৰৰ নামনি বাগৰিত অঞ্জনা জেনা নামৰ মহিলাগৰাকীক ডিঙি কাটি হত্যা কৰি পলায়ন কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল।কিন্তু জখলাবন্ধা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ঘটনাৰ প্ৰকৃত ৰহস্য। বিদ্যুতৰ তাৰত লগা পত্নীক উদ্ধাৰ কৰিবলৈ গৈ বিদ্যুতৰ তাৰৰ পৰিৱৰ্তে পত্নীৰ ডিঙিত ঘাপ মাৰিছিল স্বামীয়ে। সম্প্ৰতি আৰক্ষীৰ জিম্মাত হত্যাকাৰী মন্টু কুৰুৱা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গুৰুজনাই দি যোৱা অক্ষয় ভাণ্ডাৰৰ অমৃতপান কৰি জাতিটো সঞ্জীৱিত হৈ আছে - কেশৱ মহন্ত
সোণাৰিৰ সাপেখাতিত উপস্থিত ৰাজ্যৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত। সাপেখাতিত অনুষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ...
કાંકરેજ ના ખોડલા પાસે ટ્રક ચાલક ને હાર્ટ એટેક આવ્યો
કાંકરેજ તાલુકાના ખોડલા પાસે ટ્રક ચાલક ને હાર્ટ એટેક આવતા સદનસીબે મોટી જાનહાનિટળી ...
...
बँकिंग धोरणाबाबत आर्थिक साक्षरता निर्माण व्हावी: कॉ. तुळजापूरकर
सोलापूर - भारतातील बँकांचे राष्ट्रीयकरण झाले असून त्याचे मालक शासन आहे. राष्ट्रीयकृत बँकांनी...
પ્રાંતિજ ના રણછોડપુરા ખાતે ગણેશ મહોત્સવ ની ધામધૂમ પૂર્વક ઉજવણી કરવામા આવી રહી છે
પ્રાંતિજ ના રણછોડપુરા ખાતે ગણેશ મહોત્સવ ની ધામધૂમ પૂર્વક ઉજવણી કરવામા આવી રહી છે
ब्रांडेड कंपनी के नाम से बेच रहे थे नकली यूनिफॉर्म, एक दबोचा
आगरा। ब्रांडेड कंपनी के नाम पर नकली यूनिफॉर्म बेचने वाले एक दुकानदार को पुलिस ने पकड़ा है। इसके...