AS 05 P 2765 নং ALTO বাহনে মহতিয়াই নিলে এজন চাইকেল আৰোহীক । মুৰফুলনী বগীজান গড়কাপ্তানী পথত সংঘটিত হয় ঘটনা টো । সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ৰাইজে চিকিৎসা লয়লৈ পেৰন কৰে লোকজনক । লোকজন নাহৰ বাৰী অঞ্চলৰ ধনাই দাস বুলি জানিব পৰা গৈছে । ঘটনা সংঘটিত কৰি পলায়নকৰে চালকজনে । গাড়ীখনৰ ক্ষতি সাধন কৰে উত্তেজিত জনতাই । ঘটনা স্থলীত বগীজান আৰক্ষী উপস্থিত হৈ ঘটনা সংঘটিত কৰা বাহন খন জব্দ কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ममता सरकार को बड़ी राहत, CBI जांच को लेकर केंद्र सरकार की दलीलें खारिज
सुप्रीम कोर्ट ने आज फैसला सुनाया कि पश्चिम बंगाल में सीबीआई द्वारा राज्य की सहमति के बिना मामलों...
Service Tips for Electric Cars: इलेक्ट्रिक कार की सर्विस कराने जाएं तो जरूर रखें इन बातों का ख्याल, बीच रास्ते में नहीं होंगे परेशान
Service Tips for Electric Cars आज हम आपको इस खबर के माध्यम से ये बताने जा रहे हैं कि आप जब भी...
यूपीएससी पर पर्यावरण बचाने की मुहिम के तहत वृक्षारोपण किया
शहर के बाल चंद पाड़ा स्थित प्राथमिक स्वास्थ्य केन्द्र पर पर्यावरण बचाने की मुहिम के तहत...
মহৰিচুকৰ বুট বিষক্ৰিয়াত আক্রান্ত অঞ্চল পৰিভ্ৰমণ কৰে জিলা উপায়ুক্তই
যোৱা ৪ আগষ্ট তাৰিখে মহৰিচুক গাৱঁত আয়োজন কৰা এটা সামাজিক অনুষ্ঠানত খাদ্যত বিষক্ৰিয়াৰ এটা...