শৰৎ আগমনৰ লগে লগে শাৰদীয় দুৰ্গোৎশৱ। এই উৎসৱৰ বাবে ৰাজ্যেৰ চাৰিওফালে ব্যস্ত পেণ্ডেল শিল্পী সকল। যেন এক অভিনৱ প্ৰতিযোগিতা। দেৱী দূর্গাৰ পূজা উপলক্ষে এইবাৰ হোজাই স্থিত গান্ধীময়দাম বজাৰত দেখিবলৈ পূজা যাব মহা মৃত্যুঞ্জই মন্দিৰৰ আৰ্হি। প্ৰায় 7 লাখ টকা ব্যয় ৰে নিৰ্মাণ কৰা হৈছে এই অস্থায়ী মন্দিৰটো।হোজাই দবকা অঞ্চলৰ শিল্পী সকলে নিৰ্মাৰ কাম প্ৰায় 90 % সম্পূৰ্ন হৈছে বুলি জনায়। পূজা আৰম্ভ হোৱাৰ আগতেই 100% সম্পূৰ্ণ হব । এই মন্দিৰৰ কাম। প্ৰায় মহা মৃত্যুঞ্জই মন্দিৰৰ হুবহু ৰূপত দেখিবলৈ পোৱা যাব এই অস্থায়ী মন্দিৰটো।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তিনিচুকীয়াত সমগ্ৰ শিক্ষা তথা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত ৰূপায়ন হৈ থকা আন্তঃগাঁথনি উন্নয়নৰ অগ্ৰগতি সন্দৰ্ভত পৰ্য্যালোচনা সভা
সমগ্ৰ শিক্ষা তথা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত ৰূপায়ন হৈ থকা আন্তঃগাঁথনি...
Delhi Elections: चुनाव को लेकर Arvind Kejriwal ने शुरू किया प्रचार, दिल्ली वालों को दी 6 रेवड़ियां
Delhi Elections: चुनाव को लेकर Arvind Kejriwal ने शुरू किया प्रचार, दिल्ली वालों को दी 6 रेवड़ियां
ડીસા તાલુકાના આસેડા નજીક દાંતીવાડા કેનાલમાં પડ્યું ગાબડું..
ડીસા તાલુકાના આસેડા નજીક દાંતીવાડા કેનાલમાં પડ્યું ગાબડું..
Rajasthan Election 2023: Congress नेता Digvijay singh ने अपने भतीजे पर को लेकर दिया बड़ा बयान
Rajasthan Election 2023: Congress नेता Digvijay singh ने अपने भतीजे पर को लेकर दिया बड़ा बयान