দূৰ্গাপূজাৰ প্ৰাকক্ষণত সোণাৰিত কঠোৰ পৰিবহণ বিভাগ।
Sponsored
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
দূৰ্গাপূজাৰ প্ৰাকক্ষণত সোণাৰিত সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ পৰিবহণ বিভাগ।
সমাগম দূৰ্গাপূজা, সোণাৰিত সুৰাপান কৰি বাহন চলোৱা চালকক নাকী লগাবলৈ তৎপৰ হৈছে পৰিবহণ বিভাগ । দূৰ্গাপূজাৰ প্ৰাকক্ষণত সোণাৰিত পৰিবহণ বিভাগ আৰু সোণাৰি যান-বাহন আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান । মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনা মুক্ত অসম গঢ়াৰ পৰিকল্পনাক সাৰ্থক কৰিবলৈ দিনে-নিশাই অভিযান চলাইছে বিভাগকেইটায়ে । নিশা সোণাৰিত সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলালে পৰিবহণ বিভাগ আৰু যান বাহন আৰক্ষীৰ বিষয়াসকলে ।