কাৰ্য্যসূচী
২৩ছেপ্তেম্বৰ,২০২২(শুক্ৰবাৰ)ঃ
পুৱা১০-০০ বজাত ঃখেলুৱৈ সকলৰ নাম পঞ্জীয়ন।
সন্ধিয়া ৫-০০বজাত ঃ কাৰিকৰী বিশেষ সভা।
২৪ছেপ্তেম্বৰ, ২০২২(শনিবাৰ)।ঃ-------------------------------
পুৱা ৮-০০বজাতঃপতাকা উত্তোলন।
উত্তোলকঃশ্ৰীযুত শান্তনু গগৈ, সভাপতি, আয়োজক সমিতি
ঃশ্ৰীযুত শিৱ।প্ৰসাদ দত্ত(সভাপতি)ডিব্ৰুগড় জিলা শৰীৰ চৰ্চা সন্থা।
ঃ শ্ৰীযুত সঞ্জীৱ গগৈ, সভাপতি মৰাণ জীম ক্লাৱ।
পুৱা ৯ বজাত ঃস্মৃতি তৰ্পণ
তৰ্পকঃশ্ৰী ঋতুৰাজ চেত্ৰী।যুটীয়া সম্পাদক উদ্যাপন সমিতি।
পুৱা ১০-০০ বজাতঃ৩২সংখ্যক লৌহ ক্ৰীড়া প্ৰতিযোগিতা শুভাৰম্ভ।
উদ্বোধকঃ শ্ৰী অৱনী কুমাৰ বৰগোঁহাই ।মুখ্য উপদেষ্টা উদ্যাপন সমিতি।
পুৱা ১০-৩০বজাত ঃলৌহক্ৰীড়াৰ বিভিন্ন শিতানৰ প্ৰতিযোগিতাসমূহ আৰম্ভ।
২৫ ছেপ্তেম্বৰ,২০২২ (দেওবাৰ)ঃ
___________________________
পুৱা ৮-৩০বজাত ঃ লৌহক্ৰীড়াৰ বিভিন্ন প্ৰতিযোগিতা সমুহ আৰম্ভ
বিয়লি ৪-০০বজাত ঃ
বঁটা বিতৰণীআৰু ৩২ সংখ্যক লৌহক্ৰীড়াৰ সামৰণি অনুষ্ঠান
সন্ধিয়া ৬-০০ বজাত ঃ
শৰীৰ চৰ্চা প্ৰতিযোগিতা আৰম্ভ।
উদ্বোধকঃ শ্ৰীযুত যোগেন মহন, ৰাজহ দুৰ্যোগপ্ৰশমনব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী, অসম চৰকাৰ।
নিশা ১০-৩০ ঃ বজাত বটা বিতৰণী অনুষ্ঠান।
মুখ্য অতিথিঃ শ্ৰীযুতচক্ৰধৰ গগৈ,বিধায়ক মৰাণ সমষ্টি।