কাৰ্য্যসূচী 

২৩ছেপ্তেম্বৰ,২০২২(শুক্ৰবাৰ)ঃ

পুৱা১০-০০ বজাত ঃখেলুৱৈ সকলৰ নাম পঞ্জীয়ন।

সন্ধিয়া ৫-০০বজাত ঃ কাৰিকৰী বিশেষ সভা।

২৪ছেপ্তেম্বৰ, ২০২২(শনিবাৰ)।ঃ-------------------------------

পুৱা ৮-০০বজাতঃপতাকা উত্তোলন।

উত্তোলকঃশ্ৰীযুত শান্তনু গগৈ, সভাপতি, আয়োজক সমিতি

ঃশ্ৰীযুত শিৱ।প্ৰসাদ দত্ত(সভাপতি)ডিব্ৰুগড় জিলা শৰীৰ চৰ্চা সন্থা।

ঃ শ্ৰীযুত সঞ্জীৱ গগৈ, সভাপতি মৰাণ জীম ক্লাৱ।

পুৱা ৯ বজাত ঃস্মৃতি তৰ্পণ

 তৰ্পকঃশ্ৰী ঋতুৰাজ চেত্ৰী।যুটীয়া সম্পাদক উদ্‌যাপন সমিতি।

পুৱা ১০-০০ বজাতঃ৩২সংখ্যক লৌহ ক্ৰীড়া প্ৰতিযোগিতা শুভাৰম্ভ।

উদ্বোধকঃ শ্ৰী অৱনী কুমাৰ বৰগোঁহাই ।মুখ্য উপদেষ্টা উদ্‌যাপন সমিতি।

পুৱা ১০-৩০বজাত ঃলৌহক্ৰীড়াৰ বিভিন্ন শিতানৰ প্ৰতিযোগিতাসমূহ আৰম্ভ।

২৫ ছেপ্তেম্বৰ,২০২২ (দেওবাৰ)ঃ

 ___________________________

পুৱা ৮-৩০বজাত ঃ লৌহক্ৰীড়াৰ বিভিন্ন প্ৰতিযোগিতা সমুহ আৰম্ভ

বিয়লি ৪-০০বজাত ঃ

বঁটা বিতৰণীআৰু ৩২ সংখ্যক লৌহক্ৰীড়াৰ সামৰণি অনুষ্ঠান

সন্ধিয়া ৬-০০ বজাত ঃ

 শৰীৰ চৰ্চা প্ৰতিযোগিতা আৰম্ভ।

উদ্বোধকঃ শ্ৰীযুত যোগেন মহন, ৰাজহ দুৰ্যোগপ্ৰশমনব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী, অসম চৰকাৰ।

নিশা ১০-৩০ ঃ বজাত বটা বিতৰণী অনুষ্ঠান।

মুখ্য অতিথিঃ শ্ৰীযুতচক্ৰধৰ গগৈ,বিধায়ক মৰাণ সমষ্টি।