নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি আই টি বি পি ৩৩বি এন,গুৱাহাটীৰ উদ্যোগত কেৰিয়াৰ গাইডেন্স এক কৰ্মশালা অনুষ্ঠিত হয়।নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিন্দী শিক্ষয়িত্ৰী লক্ষীদেবী গগৈয়ে আঁতধৰা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াই।আই টি বি পি ৩৩বি এনৰ নুমলীগড়ৰ সহকাৰী কামাণ্ডেত জনাৰ্ধন কালু আৰু পৰিদৰ্শকগতে প্ৰাণটুছ দত্তই ছাত্ৰ ছাত্ৰীক কেৰিয়াৰ গাইডেন্স সম্পৰ্কত অবগত কৰে। বিশেষকৈ সেনাৰ লগতে আই টি বি পি নিয়োগৰ ক্ষেত্ৰত বিস্তৃত ভাব অবগত কৰাৰ লগতে শতাধিক ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰে।শলাগ জ্ঞাপন কৰে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শাৰীৰিক নিৰ্দেশক ৰবিন দত্তই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रिलायंस AGM में AI क्लाउड वेलकम ऑफर का ऐलान:100 GB फ्री स्टोरेज मिलेगा
रिलायंस इंडस्ट्रीज लिमिटेड आज यानी गुरुवार को अपनी 47वीं एनुअल जनरल मीटिंग में जियो एआई क्लाउड...
Parliament Security Breach: Lok Sabha में हंगामा करके इतिहास लिखना था Sagar Sharma, पोस्ट वायरल
Parliament Security Breach: Lok Sabha में हंगामा करके इतिहास लिखना था Sagar Sharma, पोस्ट वायरल
ঢকুৱাখনা আৰু মাছখোৱা সংযোগী পথত উদ্ধাৰ মৃতদেহ
এগৰাকী সুঠাম,কৰ্মক্ষম যুৱক। নাম পিংকু গগৈ। ঘিলামৰা থানাৰ অন্তৰ্গত ধেনুখণা হিলৈদাৰী গাঁওৰ...
নুমলীগড়ত জিলা দিবসৰ লগত সংগতি ৰাখি সৰুপথাৰ সমষ্টিৰ বিধায়কে
চাৰিটাকৈ অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন
নুমলীগড়ত জিলা দিবসৰ লগত সংগতি ৰাখি সৰুপথাৰ সমষ্টিৰ বিধায়কে চাৰিটাকৈ অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা...