নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি আই টি বি পি ৩৩বি এন,গুৱাহাটীৰ উদ্যোগত কেৰিয়াৰ গাইডেন্স এক কৰ্মশালা অনুষ্ঠিত হয়।নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিন্দী শিক্ষয়িত্ৰী লক্ষীদেবী গগৈয়ে আঁতধৰা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াই।আই টি বি পি ৩৩বি এনৰ নুমলীগড়ৰ সহকাৰী কামাণ্ডেত জনাৰ্ধন কালু আৰু পৰিদৰ্শকগতে প্ৰাণটুছ দত্তই ছাত্ৰ ছাত্ৰীক কেৰিয়াৰ গাইডেন্স সম্পৰ্কত অবগত কৰে। বিশেষকৈ সেনাৰ লগতে আই টি বি পি নিয়োগৰ ক্ষেত্ৰত বিস্তৃত ভাব অবগত কৰাৰ লগতে শতাধিক ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰে।শলাগ জ্ঞাপন কৰে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শাৰীৰিক নিৰ্দেশক ৰবিন দত্তই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડ્રગ્સનું સેવન કરે તે માટે નું ગોગો દુકાને દુકાને મળી રહ્યાછે કોંગ્રેસના મીડિયા કન્વીનર હેમાંગ રાવલએ
ડ્રગ્સનું સેવન કરે તે માટે નું ગોગો દુકાને દુકાને મળી રહ્યાછે કોંગ્રેસના મીડિયા કન્વીનર હેમાંગ રાવલએ
Prashant Bamb | एका शिक्षकानं प्रशांत बंब यांना फोन करुन शिवीगाळ केला
Prashant Bamb | एका शिक्षकानं प्रशांत बंब यांना फोन करुन शिवीगाळ केला
मणिपुर पर दिये मोहनभागवत के बयान को कांग्रेस ने भूनाया,अब गहलोत बरसे केंद्र सरकार पर
आरएएस प्रमुख मोहन भागवत की ओर से मणिपुर हिंसा को लेकर बयान देने के बाद सियासत गरमा गई है। भागवत...
MSU Head Office બહાર હંગામી કર્મચારી ઓ એકત્ર થયા
MSU Head Office બહાર હંગામી કર્મચારી ઓ એકત્ર થયા
Asia Cup 2023 Final: Mohammed Siraj की bowling की वजह ने नहीं लगेगा Speed Challan | NBT
Asia Cup 2023 Final: Mohammed Siraj की bowling की वजह ने नहीं लगेगा Speed Challan | NBT