বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাই আজি সমষ্টিটোৰ অন্তৰ্গত ক্ৰীড়া সন্থা আৰু ক্লাৱৰ মাজত ক্ৰীড়া সামগ্ৰী বিতৰণ কৰে ৷ বিধায়কৰ সেৱা সদনত বিধায়ক ক্ৰীড়া সমিতিৰ সভাপতি মুকুল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত এক সভাৰ জৰিয়তে সমষ্টিটোৰ ২৭ টা ফুটবল ক্লাব আৰু ২৭ টা ভলীবল ক্লাবক ক্ৰীড়া সামগ্ৰী প্ৰদান কৰে ৷ ফুটবল ক্লাবৰ প্ৰতিটোকে দুটাকৈ ফুটবল আৰু ভলীবল ক্লাবক দুটাকৈ ভলীবল আৰু একোখন নেট প্ৰদান কৰা হয় ৷ জয়ন্ত কাকতিয়ে আঁত ধৰা অনুষ্ঠানত জিলা পৰিষদ সদস্যা দীপালি বনিয়া , নাৰায়ণপুৰ পৌৰসভাৰ উপপৌৰপতি বিৰাজ ভূঞা , ক্ৰীড়া সংগঠন প্ৰবীন শইকীয়া প্ৰমুখ্যে বহুকেইজন লোক উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
22 सितंबर को डेब्यू करेगा Tecno Phantom V Flip स्मार्टफोन, 64MP कैमरा के साथ मिलेगा पावरफुल प्रोसेसर
Tecno Phantom V Flip Launch Date Confirm टेक्नो ने एक प्रेस रिलीज शेयर किया है कि कंपनी 22 सितंबर...
Growing Aloe Vera tree from leaf cuttings #aloe_vera #shorts
Growing Aloe Vera tree from leaf cuttings #aloe_vera #shorts
झाडांच्या संगोपनाचा निसर्ग मित्रांने घेतला ध्यास आणि पुढाकार
झाडांच्या संगोपनाचा निसर्ग मित्रांने घेतला ध्यास आणि पुढाकार
VIDEO | मुलीच्या कानात शिरला साप, व्हिडीओ पाहून तुमच्या अंगावरही येईल काटा | #viral_video
VIDEO | मुलीच्या कानात शिरला साप, व्हिडीओ पाहून तुमच्या अंगावरही येईल काटा | #viral_video
ಬೆಂಗಳೂರಿನ ಕೆ.ಆರ್. ಪುರಂ ನ ಶ್ರೀ ವೆಂಕಟೇಶ್ವರ ಶಾಲೆಯಲ್ಲಿ '47ನೇ ವರ್ಷದ ವಾರ್ಷಿಕೋತ್ಸವ'ದ ಪ್ರಯುಕ್ತ "ಕಲಾ ಸೌರಭ" ಕಾರ್ಯಕ್ರಮವನ್ನು ಹಮ್ಮಿಕೊಳ್ಳಲಾಗಿತ್ತು.
ಜನವರಿ 3, 2024
ಬೆಂಗಳೂರಿನ ಕೆ.ಆರ್. ಪುರಂ ನ ಶ್ರೀ ವೆಂಕಟೇಶ್ವರ ಶಾಲೆಯಲ್ಲಿ '47ನೇ ವರ್ಷದ...