আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব আছে আৰু চৰকাৰ জনজাতিকৰণৰ পক্ষত আছে। সেয়েহে চৰকাৰে বিশেষজ্ঞ সমিতিৰ জৰিয়তে মডেলিটি প্ৰস্তুতৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ পাছতেই প্ৰক্ৰিয়া অনুসৰি আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব। এই মন্তব্য ৰাজ্যৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ। আনহাতে আহোম জনগোষ্ঠীৰ এগৰাকী মন্ত্ৰী হিচাপে জনগোষ্ঠীটোৰ উত্তৰণৰ বাবে জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ পক্ষত আছে বুলি আজি সোণাৰিত সংবাদ মাধ্যমৰ আগত অৱগত কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
AAJTAK 2 | Women's Reservation Bill | TMC MP Mahua Moitra | Modi Hai To Mumkin Hai | AT 2 VIDEO
AAJTAK 2 | Women's Reservation Bill | TMC MP Mahua Moitra | Modi Hai To Mumkin Hai | AT 2 VIDEO
Parliament Security Breach: विपक्षी सांसदों से Om Birla ने की सदन में अराजकता ना फैलाने की अपील
Parliament Security Breach: विपक्षी सांसदों से Om Birla ने की सदन में अराजकता ना फैलाने की अपील
अंग्रेजी माध्यम के 800 स्कूलों में एक भी आवेदन नहीं, अभिभावकों का बदला नजरिया
जयपुर प्रदेश में महात्मा गांधी अंग्रेजी माध्यम स्कूलों में प्रवेश के लिए आवेदन प्रक्रिया जारी है।...
આટકોટ પોલીસ સ્ટેશનના PSI કે પી મહેતા સાહેબ ની ભાયાવદરમાં બદલી નવા PSI સિસોદિયા સાહેબ ફરજ બજાવશે
આટકોટ પોલીસ સ્ટેશનના PSI કે પી મહેતા સાહેબ ની ભાયાવદરમાં બદલી નવા PSI સિસોદિયા સાહેબ ફરજ બજાવશે...