১৪ চেপ্তেম্বৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা টেঙাখাতৰ পানধোৱা গাওঁৰ নিবাসী প্ৰয়াত ইন্দ্ৰেশ্বৰ সোনোৱালৰ বাসগৃহত উপস্থিত দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা।

প্ৰয়াত সোণোৱাল দেৱৰ বাস গৃহত উপস্থিত হৈ তেখেতৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে পৰিয়াল বৰ্গৰ সৈতে বাৰ্তা-লাপ কৰে।