ৰাইজৰ দলত খহনীয়া।ৰাইজৰ দলৰ পৰা অব্যাহতি বিচাৰি সভাপতিলৈ পত্ৰ প্ৰেৰণ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক লোহিত গগৈৰ।ৰাইজৰ লগত জন্ম লগ্নৰে পৰা জড়িত লোহিত গগৈয়ে ব্যক্তিগত কাৰণত অব্যাহতি বিচৰা বুলি মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত।উল্লেখযোগ্য যে বিগত ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনত মাহমৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল লোহিত গগৈয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দীঘলদৰি শ্ৰীশ্ৰী বামন গোঁসাই থান মূল তোৰন উন্মোচন অহাকালি,অনুষ্ঠিত হব সামুহিক প্ৰীতি ভোজ।
ৰহা দীঘলদৰি স্থিত শ্ৰীশ্ৰী বামন গোঁসাই থান মুল তোৰন ভাগ অহাকালি মন্ত্ৰী পীয়ুষ হাজৰিকাই উন্মোচন...
ৰাইজে মেৰামতি কৰিলে বাঁহৰ সাকো
চৰকাৰলৈ আশা নকৰি বানপানীয়ে উটুৱাই নিয়া এখন বাহৰ সাকো ৰাইজৰ শ্ৰমদানেৰে পুনৰ মেৰামতিৰ কৰিছে...
અકતેશ્વર ચોકડી પાસેથી બાયોડિઝલ ના જથ્થા સાથે બે આરોપી ઝડપાયા
અકતેશ્વર ચોકડી પાસેથી બાયોડિઝલ ના જથ્થા સાથે બે આરોપી ઝડપાયા મળતી માહિતી અનુસાર ગરૂડેશ્વર પોલીસ...
અમરેલી : નેશનલ હાઇવેનું કામમાં ચાલતા લોલમલોલનો પર્દાફાશ થયો | SatyaNirbhay News Channel
અમરેલી : નેશનલ હાઇવેનું કામમાં ચાલતા લોલમલોલનો પર્દાફાશ થયો | SatyaNirbhay News Channel