বৃহস্পতিবাৰে পুৱাই দেৰগাঁৱত সংঘটিত হয় এক পথ দুৰ্ঘটনা।এখন ৱাগেনাৰ বাহন আৰু আপাচি বাইকৰ সংঘৰ্ষৰ ফলত সংঘটিত হয়।শান্তিপূৰৰ ৰাষ্ট্ৰীয় পথত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত বাইক আৰোহী বিপ্লৱ জ্যোতি বৰাৰ গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয়।গুৰুতৰভাৱে আহত যুৱকজনক সংকজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও যুৱকজনৰ মৃত্যু হয়।উল্লেখযোগ্য নিহত যুৱকজনৰ ঘৰ আছিল দেৰগাঁৱৰ বগৰীয়নিত।যুৱক জনে শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ কাৰ্যালয় সম্পাদক হিচাপে কৰ্মৰত হৈ আছিল
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
#বন বিভাগৰ পৰা ১৫ দিনৰ সময় সীমা#এবিএমছুৰ প্ৰতিবাদৰে স্তব্ধ কৰি দিয়াৰ হুংকাৰ বিটিআৰৰ ৰাজপথ
#বন বিভাগৰ পৰা ১৫ দিনৰ সময় সীমা#এবিএমছুৰ প্ৰতিবাদৰে স্তব্ধ কৰি দিয়াৰ হুংকাৰ বিটিআৰৰ ৰাজপথ
Noida Twin Towers Demolished Video
Noida Twin Towers Demolished Video
20,000 Indians will attend Modi’s speech in Sydney. Modi arrives at Sydney’s Olympic Park. – Newzdaddy
Australia is the destination of Prime Minister Narendra Modi's two-day trip. At Sydney's Olympic...