*মাজুলীত আছুৰ প্ৰতিবাদ ।।◆ বৃহৎ নদী বান্ধৰ বিৰুদ্ধে প্ৰতিকৃতি দাহ*

◆মাজুলীৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ।।

◆NHPC বৃহৎ নদী বান্ধৰ বিৰোধীতা কৰি জিলা সদৰ গড়মূৰত আছুৰ প্ৰতিবাদ ।

◆NHPC প্ৰতিকৃতি দাহ কৰিলে মাজুলী জিলা ছাত্ৰ সন্থাই।।

◆চৰকাৰ বিৰোধী শ্লোগান উত্তাল মাজুলীৰ জিলা সদৰ।।

◆NHPCবিৰোধীতা কৰি চৰকাৰ গঠন কৰা বিজেপি চৰকাৰৰ সমকলোচনা মাজুলী আছু।।

◆নামনি সোৱণশিৰী নামনি বসবাস কৰা লোকৰ জীৱন সম্পত্তি নিৰাপত্তা নিশ্চিত কৰা দাবী মাজুলীৰ আছু।।

◆অসম চৰকাৰ গ'বেক কেন্দ্ৰিয় চৰকাৰ হাই হাই ।