হোজাইত পুনৰ ব্ৰাউন চুগাৰ সহ গ্ৰেপ্তাৰ হৈছে দুই সৰবৰাহকাৰী ।নন্দপুৰ অঞ্চলত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে লংকাৰ নীহাৰ দে আৰু হোজাইৰ কৃষ্ণ চাহু।

জব্দ হৈছে দুটা চাবোনৰ বাকচত ২৯ গ্ৰাম ব্ৰাউন চুগাৰ।জব্দ ধৃত ড্ৰাগছ বেপাৰী উঠি অহা এখন গ্লেমাৰ বাইক।সম্প্ৰতি হোজাই আৰক্ষীৰ জিম্মাত ধৃত ড্ৰাগছ বেপাৰী দুটাক আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা।।