শাৰদীয় দুৰ্গাপূজাত শৈশৱৰ পৰা বৃদ্ধলৈ সকলোৰে এবাৰ হলেও এখন গৰম জেলেপিৰ সোৱাদ লবলৈ মন যায়। পূজা থলিৰ পৰা ঘৰলৈ ওভটনি যাত্ৰাত হাতত জেলেপিৰ এটা টোপোলা বহুজনৰ বাবে চিনাকি দৃশ্য। পূজাৰ বতৰত মিঠাই ব্যৱসায়ৰ অন্যতম ক্ৰয়-বিক্ৰয় খাদ্য সম্ভাৰ হিচাপে জেলেপিয়ে এক সুকীয়া স্থান দখল কৰি আহিছে।চেনী,ময়দা বা মাটি মাহৰ দাইলৰ মিশ্ৰন জেলেপিৰ মুখ্য উপাদান।জেলেপিৰ পাকৰ উপমা জীৱন ক্ষেত্ৰৰ জটিল মেৰপেচৰ সৈতে তুলনা কৰা দেখা যায়।জেলেপিৰ আবিস্কাৰ কোনে কেতিয়া কৰিছিল সেয়া সঠিককৈ জানিব পৰা নাযায় যদিও পশ্চিমবঙ্গৰ পৰা সমগ্ৰ দেশত ইয়াৰ বহুল প্ৰসাৰ হয় বুলি সৰহসংখ্যকে মতপোষন কৰি আহিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মুখ্যমন্ত্ৰী আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ১৮ জুলাইৰ পৰা ১৫ আগষ্ট লৈকে বৃক্ষ ৰোপন কাৰ্যসূচী।
মুখ্যমন্ত্ৰী আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ১৮ জুলাইৰ পৰা ১৫ আগষ্ট লৈকে শ্যামলী চৌহদ সৌন্দৰ্য...
'मोदी सरकार ने की भारत जोड़ो यात्रा को रोकने की कोशिश', कैलिफोर्निया यूनिवर्सिटी में बोले राहुल गांधी
सैन फ्रांसिस्को, कांग्रेस नेता राहुल गांधी अमेरिका के तीन शहरों की अपनी यात्रा के...
ખોખરા પો.સ્ટેના કર્મચારીઓ ને વિદ્યાર્થીની, NGO ની બહેનો એ રાખડી બાંધી રક્ષા વચન, આશિર્વાદ મેળવ્યાં.
ખોખરા પો.સ્ટેના કર્મચારીઓ ને વિદ્યાર્થીની, NGO ની બહેનો એ રાખડી બાંધી રક્ષા વચન, આશિર્વાદ મેળવ્યાં.
Auranagabad | शेतकऱ्यांच्या हातातोंडाशी आलेला घास परतीच्या पावसाने हिरावला
Auranagabad | शेतकऱ्यांच्या हातातोंडाशी आलेला घास परतीच्या पावसाने हिरावला
आपसी कहासुनी में दो दुकानदारों के बीच झगड़ा, एक दुकानदार ने दूसरे पर चाकू से किया वार,
कोटा शहर के आरकेपुरम थाना क्षेत्र के जीएडी सर्किल पर आपसी कहासुनी में दो दुकानदारों के बीच झगड़ा...