শাৰদীয় দুৰ্গাপূজাত শৈশৱৰ পৰা বৃদ্ধলৈ সকলোৰে এবাৰ হলেও এখন গৰম জেলেপিৰ সোৱাদ লবলৈ মন যায়। পূজা থলিৰ পৰা ঘৰলৈ ওভটনি যাত্ৰাত হাতত জেলেপিৰ এটা টোপোলা বহুজনৰ বাবে চিনাকি দৃশ্য। পূজাৰ বতৰত মিঠাই ব্যৱসায়ৰ অন্যতম ক্ৰয়-বিক্ৰয় খাদ্য সম্ভাৰ হিচাপে জেলেপিয়ে এক সুকীয়া স্থান দখল কৰি আহিছে।চেনী,ময়দা বা মাটি মাহৰ দাইলৰ মিশ্ৰন জেলেপিৰ মুখ্য উপাদান।জেলেপিৰ পাকৰ উপমা জীৱন ক্ষেত্ৰৰ জটিল মেৰপেচৰ সৈতে তুলনা কৰা দেখা যায়।জেলেপিৰ আবিস্কাৰ কোনে কেতিয়া কৰিছিল সেয়া সঠিককৈ জানিব পৰা নাযায় যদিও পশ্চিমবঙ্গৰ পৰা সমগ্ৰ দেশত ইয়াৰ বহুল প্ৰসাৰ হয় বুলি সৰহসংখ্যকে মতপোষন কৰি আহিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कोटा में पहली बार ग्रैंड डांडिया नाइट एआर ग्रुप ने रचा रंगों और म्यूजिक का धमाल
कोटा में नवरात्रि के अवसर पर पहली बार आयोजित ग्रैंड डांडिया नाइट ने शहरवासियों को रंगीन माहौल में...
সোণাৰিৰ ড্ৰীম জ'ন আইএএছৰ নতুন শ্ৰেণী শুভাৰম্ভ
সোণাৰিৰ ড্ৰীম জ'ন আইএএছৰ নতুন শ্ৰেণী শুভাৰম্ভ।
সোণাৰিৰ অগ্ৰণী শিক্ষানুষ্ঠান এলিট একাডেমিত আজি...
ઉકાઈ બંધ પરના હાઈડ્રો પાવર યુનિટ દ્વારા ઓગસ્ટ-૨૦૨૨માં માસિક ૨૨૪ મિલિયન યુનિટ વીજ ઉત્પાદનનો રેકોર્ડ
ગાંધીનગર,તા.01
દક્ષિણ ગુજરાતની જીવાદોરી તાપી નદી પર કાર્યરત ઉકાઈ બંધ જળાયશયને આ વર્ષે ૫૦ વર્ષ...
अभियान के तहत अलग-अलग मामलों में पुलिस ने वारंटों को पकड़ा
कोटा. कनवास थाना पुलिस ने वांछित फरार अपराधियों को अभियान के तहत 3 स्थाई वारंटियों को गिरफ्तार...
Rajasthan Congress List: राजस्थान में Congress की लिस्ट जारी,Ashok Gehlot सरदारपुरा से लड़ेंगे चुनाव
Rajasthan Congress List: राजस्थान में Congress की लिस्ट जारी,Ashok Gehlot सरदारपुरा से लड़ेंगे चुनाव