ৰঙিয়াত বৈদ্যগড় গাও পঞ্চায়ত কাৰ্যালয়ৰ আজি আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক ভবেশ কলিতাই ।তদুপলক্ষে অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকি কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰে বিধায়ক কলিতাই ।২০ লক্ষ টকা ব্যায় সাপেক্ষে আটকধুনীয়াকৈ নিৰ্মাণ কৰিবলৈ লোৱা পঞ্চায়ত কাৰ্যালয়টো নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে অঞ্চলটোৰ ৰাইজ উপকৃত হোৱাৰ আশা ব্যাক্ত কৰে কলিতাই ।অনুষ্ঠানত বৈদ্যগড় গাও পঞ্চায়তৰ সভাপতি দুলু ভূঞা ,ৰঙিয়া আঞ্চলিক পঞ্চায়ত সভানেত্ৰি শিপ্ৰা দাস,পাণ্ডুৰী জিলা পৰিষদৰ সদস্য লিটন কলিতা প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
નૂતન વર્ષાભિનંદન.
અંબાલાલ એસ ભોઈ.
ગુજરાત લેબર ફેડરેશન.
તરફથી નૂતન વર્ષાભિનંદન
PORBANDAR પોરબંદરની કેટલીક ખાનગી શાળાઓની વધુ એક મનમાની 16 11 2022
PORBANDAR પોરબંદરની કેટલીક ખાનગી શાળાઓની વધુ એક મનમાની 16 11 2022
जिल्ह्यात ५३० चाचण्या; १५ कोरोना बाधितांची भर
जिल्ह्यात कोरोनाचा संसर्ग सुरूच असून, रविवारी ५३० व्यक्तींच्या स्टॅबची चाचणी करण्यात आली....
ધારી શહેર કૂષ્ણમય, શહેરના વિવિધ માર્ગો ઉપર વિરાટ શોભાયાત્રા નીકળી
ધારી શહેર કૂષ્ણમય, શહેરના વિવિધ માર્ગો ઉપર વિરાટ શોભાયાત્રા નીકળી