আজি হাজো সমষ্টিৰ অন্তৰ্গত পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা অনুষ্ঠিত হৈ যায়৷দিনৰ ভাগত মুকলি সভা অনুষ্ঠিত হোৱাৰ আগতে হাজো সমষ্টিৰ বিধায়িকা উপস্থিত হৈ সাংবাদিকৰ আগত কয় যে অচিৰে মহাবিদ্যালয় খনত বিজ্ঞান আৰু বানিজ্য শাখা সংযোজিত কৰা হব৷আনহাতে মহাবিদ্যালয় খনত কৰ্মৰত অমঞ্জুৰিকৃত শিক্ষক কৰ্মচাৰী সকলৰ চাকৰিও নিয়মীয়া কৰাৰ চেষ্টা অব্যাহত থাকিব বুলি সাংবাদিকৰ আগত বিধায়িকা গৰাকীয়ে ব্যক্ত কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰিৰ অভয়পুৰত ভয়ংকৰ পথ দুৰ্ঘটনা
সোণাৰিৰ অভয়পুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত বাইক আৰোহী অৰ্ণৱ নায়ক।
বাইক...
प्रवासी घेऊन जाणाऱ्या एसटी बसमध्ये सापडला गुटखा
सोलापुर :- महाराष्ट्रात विक्रीस बंदी असलेला गुटखा कर्नाटकातून पोत्याने होलसेल दरात आणून...
नहर में गिरा नंदी, क्रेन से बाहर निकाला
कोटा में आज गुरुवार को एक भारी भरकम नदी नहर में जा गिरा। जो वापस बाहर नहीं निकल पाया। नहर की...
ધાનેરામાં ઓનલાઇન ક્રિકેટનો સટ્ટો રમાડતાં શખ્સને પોલીસે ઝડપ્યો
પાલનપુર એલસીબી સ્ટાફ મંગળવારે ધાનેરામાં પેટ્રોલીંગમાં હતા. તે દરમિયાન બાતમી મળતા ધાનેરા બસ...