২৩ ছেপ্তেম্বৰত কেবিনেটত ৰাজ্য চৰকাৰে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত সন্দৰ্ভত গোলাঘাট শালমৰাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতাৰ প্ৰতিক্ৰিয়া l ২৩ ছেপ্তেম্বৰত ৰাজ্য চৰাকাৰে দুৰ্গা পূজাৰ পূৰ্বে প্ৰতি লিটাৰ পেট্ৰলত ১ টকা আৰু ডিজেলত ২ টকা বৃদ্ধি কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে,সেই সন্দৰ্ভত আজি গোলাঘাট শালমৰাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতা সকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰা ৰাজ্যি বাসিৰ ওপৰত পুনৰ ৰাজ্য চৰকাৰে যি মাধমাৰ সোধাব বিচাৰিছে সেইয়া অতি শীঘ্ৰে চৰকাৰে বন্ধ কৰক l

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |