নুমলীগড়ৰ দৈগ্ৰোঙত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত হাতী মানুহৰ সংঘাত ৰোধৰ বাবে জন সজাগতা মূলক সভা । বিধায়ক বিশ্বজিৎ ফুকন আৰু DFO ৰ অংশগ্ৰহণ ।

নুমলীগড়ত শেহতীয়াকৈ হাতী মানুহৰ সংঘাতে ভয়াবহ ৰূপ ধাৰণ কৰিছে । সেই সময়তে নুমলীগড়ৰ মৰঙী জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আয়োজন কৰিছে এক সজাগতা মূলক সভা । এই সভাৰ জড়িয়তে হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ এক প্ৰয়াস চলাইছে জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদে । এই সভাত অংশগ্ৰহণ কৰে সৰু পথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু গোলাঘাট জিলা বন প্ৰাধিকাৰী ৰ লগতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় বিষয় ববীয়া পলাশ চাংমাই সহ বহু কেইজন কেন্দ্ৰীয় কেন্দ্ৰীয় নেতাই