দেশৰ ৰাজধানী দিল্লীত চৰকাৰী অনুষ্ঠানতেই বিহু নৃত্যক কৰা হ’ল ভুলকৈ উপস্থাপন। ঢোল, ঢুলীয়া-নাচনীৰ পোছাকক লৈও ৰাজ্যজুৰি সৃষ্টি হৈছে বিতৰ্কৰ। মালদ্বীপৰ ৰাষ্ট্ৰপতিক আদৰণিৰ জনোৱাৰ সময়ত বিহুক বিকৃত ৰূপত উপস্থাপনৰ অভিযোগ একাংশৰ। সোমবাৰে মালদ্বীপৰ ৰাষ্ট্ৰপতি চাৰিদিনীয়া কাৰ্যসূচীৰে উপস্থিত হয় ভাৰতত। দিল্লীৰ পালম বিমানবন্দৰত মালদ্বীপৰ ৰাষ্ট্ৰপতি অৱতৰণ কৰাৰ সময়ত বিহুৰে জনোৱা হৈছিল আদৰণি। কিন্তু আদৰণি অনুষ্ঠানত বিহুক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ উত্থাপন একাংশৰ। যাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
▶️শুক্লাইত বিটিআৰৰ মানৱ সেৱা মিচন আচনিৰ বিতৰণ
▶️শুক্লাইত বিটিআৰৰ মানৱ সেৱা মিচন আচনিৰ বিতৰণ
▶️বিটিআৰৰ ইএম ৰনেন্দ্ৰ নাৰ্জাৰী বিতৰণ কৰে মানৱ...
আদনান ছামিৰ সৈতে অসমৰ অন্যান্য কাশ্যপ
জনপ্ৰিয় কণ্ঠশিল্পী আদনান ছামিৰ সৈতে সাক্ষাৎ অসমৰ অভিনেত্ৰী অন্যান্য কাশ্যপৰ।
#AdnanSami...
India Celebrates 76th Independence Day | स्वतंत्रता दिवस पर CM Shivraj Singh का बड़ा ऐलान | News
India Celebrates 76th Independence Day | स्वतंत्रता दिवस पर CM Shivraj Singh का बड़ा ऐलान | News
ડીસામાં આરોગ્ય વિભાગે પોલીસ અને નગરપાલિકાની ટીમે 364 સ્થળોએ ચેકીંગ હાથ ધર્યું
ડીસામાં વધી રહેલા રોગચાળાને ડામવા માટે તંત્ર એક કવાયત હાથ ધરી હતી અને આરોગ્ય વિભાગ,...
माळीहिप्परगा येथे दोघाजणांनी संगणमत करून दारू पिऊन शिवीगाळ करीत दगडाने मारून जखमी केल्याची घटना
माळीहिप्परगा येथे दोघाजणांनी संगणमत करून दारू पिऊन शिवीगाळ करीत दगडाने मारून जखमी केल्याची घटना