দেশৰ ৰাজধানী দিল্লীত চৰকাৰী অনুষ্ঠানতেই বিহু নৃত্যক কৰা হ’ল ভুলকৈ উপস্থাপন। ঢোল, ঢুলীয়া-নাচনীৰ পোছাকক লৈও ৰাজ্যজুৰি সৃষ্টি হৈছে বিতৰ্কৰ। মালদ্বীপৰ ৰাষ্ট্ৰপতিক আদৰণিৰ জনোৱাৰ সময়ত বিহুক বিকৃত ৰূপত উপস্থাপনৰ অভিযোগ একাংশৰ। সোমবাৰে মালদ্বীপৰ ৰাষ্ট্ৰপতি চাৰিদিনীয়া কাৰ্যসূচীৰে উপস্থিত হয় ভাৰতত। দিল্লীৰ পালম বিমানবন্দৰত মালদ্বীপৰ ৰাষ্ট্ৰপতি অৱতৰণ কৰাৰ সময়ত বিহুৰে জনোৱা হৈছিল আদৰণি। কিন্তু আদৰণি অনুষ্ঠানত বিহুক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ উত্থাপন একাংশৰ। যাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
નિર્ણય મિડિયા ના અહેવાલ ની ઇમ્પેક્ટ : કઠલાલ બસ સ્ટેશનમાં સફાઈ કામગીરી હાથ ધરાઈ
નિર્ણય મિડિયા ના અહેવાલ ની ઇમ્પેક્ટ : કઠલાલ બસ સ્ટેશનમાં સફાઈ કામગીરી હાથ ધરાઈ.
Reporter.Maksud...
Oppo Find X8 Mini के लॉन्च की तैयारी, 100W चार्जिंग सपोर्ट के साथ जल्द होगी एंट्री
Oppo एक नए स्मार्टफोन पर काम कर रहा है जो Oppo Find X8 Ultra के साथ आ सकता है जिसके आने वाले...
સિહોર શહેરમા જુગાર રમતા ત્રણ ચકુનિયા ઝડપાયા
સિહોર શહેર પોલીસ સ્ટાફ પેટ્રોલીંગમાં હતો દરમિયાન બાતમી મળતાં પોલીસે શહેરના સિંધી કેમ્પમાં આવેલ...