আজি পুনৰ মাধৱদেৱ বিশ্ববিদ্যালয় কপাইছে ছাত্র সমাজে। বিশ্ববিদ্যালয় ঘোষণা তিনিটা বৰ্ষ অতিক্ৰম কৰাৰ পিছতো আজি পৰ্যন্ত নহ'ল বিশ্ববিদ্যালয়খনত আৰম্ভ নহ'ল স্নাতকোত্তৰ পাঠ্যক্ৰম। স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভৰ দাবীত ২৪ ছেপ্তেম্বৰত বিশ্ববিদ্যালয়ৰ বাহিৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু ভিতৰত আছুৱে সাবস্ত্য কৰিছিল তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদৰ পিছতো আজি পৰ্যন্ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু শিক্ষাবিভাগে কোনোধনৰণ ব্যৱস্থা গ্ৰহণ নকৰাত আজিও শ্ৰীঘ্ৰে স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভৰ দাবীত উত্তাল হৈ পৰে বিশ্ববিদ্যালয় প্ৰাঙ্গন। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত ৰাইজ দলৰ মুখপাত্র জ্ঞানশ্ৰী বৰাই অংশগ্ৰহণ কৰি তীব্ৰ সমালোচনা কৰে চৰকাৰক। দল সংগঠনৰ এই প্ৰতিবাদীৰ পিছতো বিশ্ববিদ্যালয়খনত কেতিয়াৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ হ'ব সেয়া হ'ব লক্ষণীয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
182 વિધાનસભા(નરોડા-૪૭)સીટ માં આ વખતેNCPદ્વારા સિંધી સમાજના વેપારી મેઘરાજડોડવાણી ને ટિકિટ આપવામાં આવી
182 વિધાનસભા(નરોડા-૪૭)સીટ માં આ વખતેNCPદ્વારા સિંધી સમાજના વેપારી મેઘરાજડોડવાણી ને ટિકિટ આપવામાં...
অসমৰ যুৱক-যুৱতীসকলক ব্যৱসায় স্থাপন কৰাত সহায় কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ আৰ্থিক সাহায্য আঁচনি
স্ব-নিয়োজনৰ জৰিয়তে বৃদ্ধিৰ ইন্ধন যোগোৱাৰ পদক্ষেপত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই...
CNG વાહન ચલાવનારાઓ માટે સારા સમાચાર, સરકારે કરી આ મોટી જાહેરાત
CNG ચાલકો માટે સારા સમાચાર છે. સરકારે એક મોટી જાહેરાત કરી છે. તેનાથી તમને કેવી રીતે ફાયદો થશે...
MWC 2024: रोबोट डॉग से लेकर फ्लाइंग कार तक, मोबाइल वर्ल्ड कांग्रेस में दिखी इन अनोखे गैजेट्स की झलक
मोबाइल वर्ल्ड कांग्रेस में फ्लाइंग कार को पेश किया गया है। फिलहाल जो प्रोटोटाइप दुनिया के सामने...
પૂનમના દિવસે ગુજરાત સરકારના અન્ન પુરવઠા મંત્રી અંબાજી મંદિરના દર્શન કરવા આવ્યા હતા.
પૂનમના દિવસે ગુજરાત સરકારના અન્ન પુરવઠા મંત્રી અંબાજી મંદિરના દર્શન કરવા આવ્યા હતા.