ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ঝলমত ৩৭নংৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত একপথ দুৰ্ঘটনাত তিনিজন লোকআহত হয়। জানিব পৰামতে স্কুটি নং ASO4 R 5864 খনক এখন গাড়ীয়ে খুন্দামৰাৰ ফলত স্কুটি খনত থকা আৰোহীত্ৰয় ক্ৰমে মিক দেউতাক আৰু শিশুটি আহত হয়। স্থানীয় লোকে ততাতৈয়াকৈ আহত লোক কেইজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ইতিমধ্যে দুৰ্ঘটনা কৰি গাড়ীখন পলাই যায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગુરુકુળ મહિલા આર્ટસ એન્ડ કોમર્સ કોલેજમાં સંગીત તેમજ ભરતનાટ્યમના પ્રમાણપત્ર વિતરણનો કાર્યક્રમ યોજાયો
*ગુરુકુળ મહિલા આર્ટસ એન્ડ કોમર્સ કોલેજમાં સંગીત તેમજ ભરતનાટ્યમના પ્રમાણપત્ર વિતરણનો કાર્યક્રમ...
নলবাৰীত বৰদৈচিলা থিয়েটাৰ এই বৰ্ষৰ নাট্য যাত্ৰাৰ শুভ উদ্বোধন কৰিলে অভিনেতা যতীন বৰাই
বৰদৈচিলা থিয়েটাৰ চলিত বৰ্ষৰ নাট্য যাত্ৰাৰ শুভ উদ্বোধন।নলবাৰীৰ পানীগাঁও আদৰ্শ বিদ্যাপীঠ...
PAK बोर्ड का BCCI को लेटर:कहा- टीम इंडिया चाहे तो हर मैच खेलकर लाहौर से स्वदेश लौट सकती है
पाकिस्तान क्रिकेट बोर्ड (PCB) ने चैंपियंस ट्रॉफी 2025 को लेकर भारतीय क्रिकेट कंट्रोल बोर्ड (BCCI)...
બહુચરાજી : બહુચરમાતાના સાનિધ્યમાં નવરાત્રિના ગરબા સહિત શતચંડી હવનનું થશે આયોજન, જાણો કાર્યક્રમ
બહુચરાજી: આદ્ય શક્તિની આરાધનાનું પર્વ નવરાત્રિ 2022હવે સાવ નજીક છે ત્યારે માઇભક્તો બેચરાજીના...