গোলাঘাট নগৰত সৌন্দৰ্য বৰ্ধনৰ নামত গছ কটা কাণ্ডৰ বিৰোধীতাৰ astc বাচ আস্থানৰ সমীপত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ উত্তাল প্ৰতিবাদ সাব্যস্ত l গোলাঘাট নগৰত সৌন্দৰ্য বৰ্ধনৰ নামত নগৰ খনৰ বিভিন্ন স্থানত জিলা প্ৰশাসনৰ সহযোগত আৰু পৌৰসভাৰ উদ্যোগত বন ধ্বংসৰ যি প্ৰচেষ্টা চলাইছে তাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আজি Astc বাচ আস্থানৰ সমীপত জ্যোতিময় উদ্যানৰ সন্মুখত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে l বন ধ্বংস বন্ধ কৰক,অজন্তা নেওগ গ বেক,জিলা প্ৰশাসন হুচিয়াৰ আদি বিভিন্ন শ্ল গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদ স্থলী l শীঘ্ৰে যদি প্ৰশাসনে গোলাঘাট নগৰত গছ কটা বন্ধ নকৰে তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰাদান কৰে প্ৰতিবাদ কাৰী সকলে। আনফালে সকলো দেখিও চকু মুদা কুলিৰ ভাও ধৰি থকা বন বিভাগৰ বিষয় গৰাকিকো তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে চাকৰিৰ পৰা নিলম্বনৰ দাবী উত্থাপন কৰে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয় ববিয়া সকলে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: NIA ने अर्श डल्ला के करीबी को हिरासत में लिया | NIA Raid on Khalistani | India Canada
Breaking News: NIA ने अर्श डल्ला के करीबी को हिरासत में लिया | NIA Raid on Khalistani | India Canada
BJP Rajasthan Manifesto: फ्री स्कूटी.. सस्ता सिलेंडर, राजस्थान में BJP ने जारी किया घोषणा पत्र देखें
BJP Rajasthan Manifesto: फ्री स्कूटी.. सस्ता सिलेंडर, राजस्थान में BJP ने जारी किया घोषणा पत्र देखें
अमेरिका से 150 भारतीय कलाकृतियां वापस लाएगी सरकार, छह महीने में पूरा हो सकता है काम
सरकार अमेरिका से 150 भारतीय कलाकृतियां वापस लाएगी। यह कार्य अगले तीन से छह महीने के बीच पूरा किया...
भाजपा नेत्यांवर 'ED'ची कारवाई झाल्याचे दाखवा, १ लाख मिळवा; बॅनरची जोरदार चर्चा #bjp #ncp
भाजपा नेत्यांवर 'ED'ची कारवाई झाल्याचे दाखवा, १ लाख मिळवा; बॅनरची जोरदार चर्चा #bjp #ncp