আজি সোনাৰীস্থিত চৰাইদেউ জিলাৰ বিজেপি।কাৰ্য্যালয়ত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ ক'ৰ কমিটিৰ বৈঠকত অংশ গ্ৰহন।কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে। উক্ত ক'ৰ কমিটিৰ বৈঠকত আজি ভাৰতীয় জনতা পাৰ্টিৰ জিলা ভিত্তিত কেইবাটাও গুৰুত্ব পূৰ্ণ দলীয় সিদ্ধান্ত গ্ৰহন।কৰাহয়। ভাৰতীয় জনতা পাৰ্টিৰ ক'ৰ।কমিটিৰ উক্ত বৈঠকত মন্ত্ৰী যোগেন মহনৰ সৈতে উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ।সাংসদ তপন কুমাৰ গগৈ, চৰাইদেউ জিলাৰ সভাপতি লক্ষ্মীনাথতাছা , সোনাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ চৰাইদেউ জিলা সমিতিৰ ক'ৰ কমিটিৰ সদস্য সকল।