গোলাঘাট নগৰত সৌন্দৰ্য বৰ্ধনৰ নামত গছ কটা কাণ্ডৰ বিৰোধীতাৰ astc বাচ আস্থানৰ সমীপত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ উত্তাল প্ৰতিবাদ সাব্যস্ত l গোলাঘাট নগৰত সৌন্দৰ্য বৰ্ধনৰ নামত নগৰ খনৰ বিভিন্ন স্থানত জিলা প্ৰশাসনৰ সহযোগত আৰু পৌৰসভাৰ উদ্যোগত বন ধ্বংসৰ যি প্ৰচেষ্টা চলাইছে তাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আজি Astc বাচ আস্থানৰ সমীপত জ্যোতিময় উদ্যানৰ সন্মুখত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে l বন ধ্বংস বন্ধ কৰক,অজন্তা নেওগ গ বেক,জিলা প্ৰশাসন হুচিয়াৰ আদি বিভিন্ন শ্ল গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদ স্থলী l শীঘ্ৰে যদি প্ৰশাসনে গোলাঘাট নগৰত গছ কটা বন্ধ নকৰে তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰাদান কৰে প্ৰতিবাদ কাৰী সকলে। আনফালে সকলো দেখিও চকু মুদা কুলিৰ ভাও ধৰি থকা বন বিভাগৰ বিষয় গৰাকিকো তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে চাকৰিৰ পৰা নিলম্বনৰ দাবী উত্থাপন কৰে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয় ববিয়া সকলে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भारत में जल्द लॉन्च होगा Lava का नया फोन, कंपनी ने सोशल मीडिया पर शेयर किया टीजर इमेज
लावा ने अपने नए डिवाइस ब्लेज एक्स को अपने सोशल मीडिया प्लेटफॉर्म पर टीज कर दिया। लावा ब्लेज एक्स...
જસદણ ભાડલા વાવડી સીમમાં અજગર દેખાતા વનવિભાગ દ્વારા રેસકયુ કર્યું
*જસદણ રેન્જના ભાડલા રાઉન્ડમા વનવિભાગ દ્વારા વિશાળ અજગરનુ રેસ્ક્યુ.*
જસદણ તાલુકાના ભાડલા...
Lucknow में Akhilesh Yadav के साथ CM Kejriwal ने की प्रेस कॉन्फ्रेंस, BJP पर जमकर हमला बोला | AajTak
Lucknow में Akhilesh Yadav के साथ CM Kejriwal ने की प्रेस कॉन्फ्रेंस, BJP पर जमकर हमला बोला | AajTak
জোনাইত নাৰী শক্তিৰ উদ্দ্যোগত অন্ধবিশ্বাস আৰু কু-সংস্কাৰ বিৰুদ্ধে সজাগতা সভা
জোনাইত নাৰী শক্তিৰ উদ্দ্যোগত অন্ধবিশ্বাস আৰু কু-সংস্কাৰ বিৰুদ্ধে সজাগতা সভা