গোলাঘাটৰ জামুগুৰি চাহ বাগিচাত প্ৰাপ্য বনাছ আদায় দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে শ্ৰমিক সকলে
বুধবাৰে গোলাঘাট জিলাৰ অন্যতম চাহ বাগিচা জামুগুৰি টি ষ্টেটৰ শ্ৰমিক সকলে মালিক পক্ষক প্ৰাপ্য বনাচ মুকলাই দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে শাৰদীয় দুৰ্গা পূজাৰ মাত্ৰ কেইটামান দিন হে থাকি গৈছে যদিও বৰ্তমানেও জামুগুৰি চাহ বাগিচা কৰ্তৃপক্ষই শ্ৰমিক সকলৰ প্ৰাপ্য বনাছ আদায় নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।