গাখীৰৰ মূল্য বৃদ্ধি হোৱাৰ সময়তে একাংশ দুষ্টচক্ৰই খাৰুপেটীয়াত চলাই গৈছে গাখীৰৰ নামত কলা ব্যবসায় । কুঁৱাৰ পৰা পানী উঠাই সেই পানীত কেমিকেল মিহলাই দুষ্টচক্ৰই দিয়ে গাখীৰৰ ৰূপ । সেই নকল গাখীৰেই আকৌ দৈনিক একাংশ গুৱালে বিক্ৰী কৰে বিভিন্ন ঠাইৰ হোটেল-বজাৰত । এনেকৈ খাৰুপেটীয়া, দলগাওঁ, বেচিমাৰীৰ ৰাইজে খাইছে গাখীৰৰ নামত বৰবিহ । আজি সাংবাদিকৰ দল এটাই এক গোপন খবৰৰ ভিত্তিত উক্ত ঠাইত অভিযান চলাই ভেজাল গাখীৰ মজুত ৰখা দেখা পায় । পিছত সাংবাদিকৰ কেমেৰা দেখি তৰা নৰা চিঙি পলায়ন কৰে গাখীৰ ব্যৱসায়ীয়ে । ঘটনা স্থলীত লগে লগেই খাৰুপেটীয়া থানাৰ আৰক্ষী উপস্থিত হয় যদিও কেমিকেল মিহলাই বনোৱা গাখীৰৰ বাল্টিবোৰ গোপন কৰি পেলাই গাখীৰ ব্যৱসায়ী জনে । উল্লেখ্য যে একাংশ গুৱালে কম মূল্যত গাখীৰ সংগ্ৰহ কৰিবলৈ উক্ত স্থানত পুৱাৰ পৰা ভিৰ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આંતર રાજ્ય ગેંગના ત્રણ આરોપીઓને રૂ.૯૪,૪૦૦/- ના મુદ્દામાલ સાથે પકડી પાડતી લીમડી પોલીસ...
લુંટ, ઘરફોડ ચોરી, વાહન ચોરી કરવાના ઇરાદાથી ગેરકાયદેસર દેશી તમંચા નંગ-૨ કાર્ટીસ નંગ-૧૦ તથા...
देवेंद्रनगर मे वामन जयंती पर निकली भव्य शोभायात्रा
**देवेंद्रनगर में वामन जयंती पर भव्य शोभा यात्रा**
पन्ना:- 15 सितंबर को वामन जयंती के अवसर...
રાજ્યના યુવાનોને રોજગારી મળેતે હેતુથી સરકારના વિવિધ વિભાગોમાં ખાલી જગ્યાઓ સત્વરે ભરવામાં આવશે
રાજ્યના યુવાનોને રોજગારી મળેતે હેતુથી સરકારના વિવિધ વિભાગોમાં ખાલી જગ્યાઓ સત્વરે ભરવામાં આવશે
১৫ আগষ্টৰ দিনা অসম বন্ধৰ আহ্বান আলফা (স্বাঃ)ৰ
৭৫ সংখ্যক স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ আহ্বান জনাইছে নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাঃ)এ। তদুপৰি ১৫...