গাখীৰৰ মূল্য বৃদ্ধি হোৱাৰ সময়তে একাংশ দুষ্টচক্ৰই খাৰুপেটীয়াত চলাই গৈছে গাখীৰৰ নামত কলা ব্যবসায় । কুঁৱাৰ পৰা পানী উঠাই সেই পানীত কেমিকেল মিহলাই দুষ্টচক্ৰই দিয়ে গাখীৰৰ ৰূপ । সেই নকল গাখীৰেই আকৌ দৈনিক একাংশ গুৱালে বিক্ৰী কৰে বিভিন্ন ঠাইৰ হোটেল-বজাৰত । এনেকৈ খাৰুপেটীয়া, দলগাওঁ, বেচিমাৰীৰ ৰাইজে খাইছে গাখীৰৰ নামত বৰবিহ । আজি সাংবাদিকৰ দল এটাই এক গোপন খবৰৰ ভিত্তিত উক্ত ঠাইত অভিযান চলাই ভেজাল গাখীৰ মজুত ৰখা দেখা পায় । পিছত সাংবাদিকৰ কেমেৰা দেখি তৰা নৰা চিঙি পলায়ন কৰে গাখীৰ ব্যৱসায়ীয়ে । ঘটনা স্থলীত লগে লগেই খাৰুপেটীয়া থানাৰ আৰক্ষী উপস্থিত হয় যদিও কেমিকেল মিহলাই বনোৱা গাখীৰৰ বাল্টিবোৰ গোপন কৰি পেলাই গাখীৰ ব্যৱসায়ী জনে । উল্লেখ্য যে একাংশ গুৱালে কম মূল্যত গাখীৰ সংগ্ৰহ কৰিবলৈ উক্ত স্থানত পুৱাৰ পৰা ভিৰ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
એક એવુ રહસ્યમય ચમત્કારિક શિવ મંદિર જે દિવસમાં ત્રણ વાર પોતાનો રંગ બદલે છે.,,
એક એવુ રહસ્યમય ચમત્કારિક શિવ મંદિર જે દિવસમાં ત્રણ વાર પોતાનો રંગ બદલે છે.,,
গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্ত:মহাবিদ্যালয় পূৱ মাণ্ডলিক যুৱ মহোৎসৱ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্ত:মহাবিদ্যালয় পূৱ মাণ্ডলিক যুৱ মহোৎসৱ
Magical Flex Seeds For Weight Loss |Just 1 Tea Spoon A Day To Quick Lose Your Belly Fat
Magical Flex Seeds For Weight Loss |Just 1 Tea Spoon A Day To Quick Lose Your Belly Fat
નેતૃત્વ કરશે પ્રિસ્કા પેટ્રિક પ્રીમની દિલ્હી ખાતે પરેડમાં પસંદગી
https://sambhavsandesh.in/6423
અમદાવાદ ખાતે બજરંગ સેના દ્વારા ભવ્ય કેસરિયા ક્રાંતિ રેલી યોજાઈ
આ રેલીમાં ઉપસ્થિત મહાનુભાવોમાં રાષ્ટ્રીય અધ્યક્ષ રણવીરભાઈ પટેલિયા, રાષ્ટ્રીય મહાસચિવ અશોકભાઈ...