নাৰায়ণপুৰ সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অধীনত মুছলীমপট্ৰি সক্ৰাহী (ক) অংগনবাদী কেন্দ্ৰৰ সৌজন্যত লখিমপুৰ জিলাৰ ৫০ তম বৰ্ষপুৰ্তিত সোণালী জয়ন্তী উদ্যাপন উপলক্ষ্যে কেন্দ্ৰটোত বৃক্ষৰোপন আৰু পোষণ ৱাটিকা উদ্ধোধন কৰা হয় ৷ সেই উদ্দেশ্যে কেন্দ্ৰটোৰ পৰিচালিকা ৰিকি গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানত পুৱা কেন্দ্ৰটোত বৃক্ষৰোপন আৰু পোষণ ৱাটিকা উন্মোচন কৰে নাৰায়ণপুৰ সংহত শিশু উন্নয়ণ প্ৰকল্প বিষয়া বাবলু বৰ্মণে ৷ অনুষ্ঠানত উপস্থিত থাকে প্ৰকল্প কাৰ্যালয়টোৰ মুখ্য সেৱিকা ক্ষীৰ গগৈ , পোষণৰ ব্লক সমন্বয়ক বিষয়া সৌৰদ্বীপ দত্ত আৰু সহকাৰী সমন্বয়ক পৰিস্মিতা বৰা , গাঁও প্ৰধান বসন্ত বৰুৱা আৰু সমাজকৰ্মী বিনোদ তামুলী ৷ অংগনবাদী কেন্দ্ৰৰ সন্মুখত এই বৃক্ষৰোপণ আৰু পোষণ ৱাটিকা পাতি কেন্দ্ৰটোৰ শিশুসকলৰ বাবে খাদ্য উপযোগী শাক পাচলি , ফলমুল আৰু ঔষধি গুণযুক্ত পাচলি আদিৰ খাদ্য প্ৰস্তুত কৰা হ’ব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદ: વીમા કંપની અને હોસ્પિટલની લડાઇમાં દર્દીઓ ફસાયા
કેશલેસની સુવીધા બંધ થતા દર્દીઓને હાલાકી
160 હોસ્પિટલો દ્વારા કેશલેસ સુવિધા બંધ કરાઈ
15 ઓગસ્ટ...
ಅಮರನಾಥ ಯಾತ್ರೆ ಸಂಬಂಧ ದೆಹಲಿಯಲ್ಲಿ ಉನ್ನತ ಮಟ್ಟದ ಸಭೆ ನಡೆಯಿತು.
ಅಮರನಾಥ ಯಾತ್ರೆ ಪೂರ್ವಸಿದ್ಧತೆ ಸಂಬಂಧ ನವದೆಹಲಿಯಲ್ಲಿ ಉನ್ನತ ಮಟ್ಟದ ಸಭೆ ನಡೆಯಿತು. ಕೇಂದ್ರ ಗೃಹ ಸಚಿವರಾದ ಅಮಿತ್...
Tech Guru | OnePlus Watch 2 & Honor 9Xb Review | Mobile World Congress में क्या नए Launches?
Tech Guru | OnePlus Watch 2 & Honor 9Xb Review | Mobile World Congress में क्या नए Launches?