বৃহত্তৰ মৰঙী মৌজাৰ জলন্ত সমস্যা হাতী মানুহৰ সংঘাত নিৰ্মূলত এক প্ৰকাৰ ব্যৰ্থ বনবিভাগ। আনহাতে চৰকাৰেও এক প্ৰকাৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই।মৰঙী মৌজাত হাতী-মানুহৰ সংঘাতৰ বাবেই আনুমানিক প্ৰায় 1500 বিঘা কৃষি ভূমি চন পৰি ৰৈছে।যাৰ বাবে এতিয়া মৰঙী মৌজাৰ জলন্ত সমস্যা হাতী-মানুহৰ সংঘাত ৰোধৰ উপায় উলিয়াবৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰঙী আঞ্চলিক সমিতিয়ে।মৰঙী মৌজাৰ জলন্ত সমস্যা হাতী-মানুহৰ সংঘাত ৰোধৰ উপায় উলিয়াবৰ বাবে অনুষ্ঠিত কৰিছে জন সভা।আজি দৈগ্ৰোঙ পুথিভঁৰালত এক সংবাদমেল সম্বোধন কৰি উক্ত জন সভাত ৰাইজক সহযোগীতাৰ আহ্বান জনায়। অহা ২৯চেপেম্বৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰঙী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা জনসভাত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত থাকিব বুলি যুৱ ছাত্ৰ পৰিষদৰ বিষয় ববীয়া সকলে জানিবলৈ দিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Gujarat Election Update | Amit Shahના હસ્તે Gaurav Yatraનો પ્રારંભ | Political News| News18 Gujarati
Gujarat Election Update | Amit Shahના હસ્તે Gaurav Yatraનો પ્રારંભ | Political News| News18 Gujarati
ডিব্ৰুগড়ৰ ৰূপনগৰৰ অতিথিশালা মুকলি ।
অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত দহ লাখ টকাৰে নিৰ্মাণ হোৱাৰ ৰূপনগৰৰ বৰ নামঘৰৰ অতিথিশালা গৃহটিৰ...
আন্তঃজিলা বিদ্যালয় ছোৱালী হকী প্ৰতিযোগিতাত নাহৰকটীয়াৰ সাফল্য ।
১৭ বছৰ অনুৰ্ধ আন্তঃজিলা বিদ্যালয় হকী প্ৰতিযোগিতা ২০২২ ত ডিব্ৰুগড় জিলাৰ হৈ নাহৰকটীয়া উচ্চতৰ...
গুৱাহাটীৰ আই টি এ মাছখোৱা চেণ্টাৰত শুভেচ্ছা আৰু ধন্যবাদ অনুষ্ঠান
গুৱাহাটীৰ আই টি এ মাছখোৱা চেণ্টাৰত শুভেচ্ছা আৰু ধন্যবাদ অনুষ্ঠান৷ বিজেপিৰ উদ্যোগত আয়োজন কৰা হয়...