অব্যাহত আছে মুখ্যমন্ত্ৰীয়ে সদগুৰুক লৈ কাজিৰঙাত নৈশ চাফাৰী কৰাক লৈ ক্ৰিয়া-প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীক সমালোচনা কৰা সকলক এইবাৰ উভতি ধৰিছে পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই।বৰুৱাৰ মতে ২০০৮ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, তেওৰ পুত্ৰ গৌৰৱ গগৈৰ লগতে বহু মুধাফুটা সাংবাদিকে কাজিৰঙাৰ অন্তৰ্ভাগত বাহৰ পাতিছিল। এই সকলো তথ্য মন্ত্ৰীজনৰ লগত থকাৰ কথা প্ৰকাশ কৰে।তেওৰ মতে মুখ্যমন্ত্ৰীয়ে সদগুৰুক লৈ নৈশ চাফাৰী কৰাত একো বিতৰ্ক কৰিবলগীয়া নাই। জয়ন্তমল্লৰ মতে গুৱাহাটীত একাংশই এচি ৰূমত বহি সমালোচনা কৰি আছে। তেওলোকে প্ৰকৃততে কাজিৰঙাৰ বিষয়ে একো নাজানে।কাজিৰঙাক লৈ নেতিবাচক বাতৰি কৰাতকৈ ইতিবাচক বাতৰি কৰিব লাগে বুলি সাংবাদিকক নীতিশিক্ষা জয়ন্ত মল্ল বৰুৱাৰ। উল্লেখ্যে যে দিনজোৰা কাৰ্যসূচীৰে মংগলবাৰে কাজিৰঙাত পালন কৰা হয় বিশ্ব পৰ্যটন দিৱস।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
માળીયા હાટીનામા આગમી વિધાનસભાની ચુંટણી ના પડઘમ કેન્દ્રીયમંત્રી શ્રિરૂપાલાજીએ સરપંચોનું કર્યું સન્માન
માળીયા હાટીના મા આગમી વિધાનસભા ની ચુંટણી ના પડઘમ
માળીયા હાટીના માં ભાજપ ની સરું આત આગમી...
राष्ट्रवादीच्या वतीने शिंदे फडणवीस सरकारच्या विरोधात निदर्शने@india report
राष्ट्रवादी काँग्रेस पार्टीच्या वतीने शिंदे फडणवीस सरकारच्या विरोधात निदर्शने@india report
चंद्रयान-3 के प्रक्षेपण के साथ बनेगा नया इतिहास, चंद्रमा पर अंतरिक्ष यान उतारने वाला चौथा देश बन जाएगा भारत
नई दिल्ली, अंतरिक्ष की दुनिया में भारत इस सप्ताह नया इतिहास रचने जा रहा है। इसरो (ISRO)...