সোণাৰিৰ টাওকাক পঞ্চায়তৰ অন্তৰ্গত লালটি পথাৰত আজি বিধায়ক এলেকা উন্নয়ন পুঁজিৰ অধীনত প্ৰায় দুই লাখ টকা ব্যয়ৰে নিৰ্মাণ এখনি ৰাজহুৱা দুৰ্গা পূজাৰ স্থায়ী বেদী উদ্বোধন কৰা হয়। উক্ত পূজাৰ বেদী ভাগ আজি শুভ উদ্বোধন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সোণাৰি খণ্ড উন্নয়ন বিষয়া ৰেনু দেউৰী, বিজেপি চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষ্মীনাথ তাছা, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, ৰাজ্যিক বিজেপিৰ সদস্য দিলীপ কোঁৱৰ ডাঙৰীয়া, ৱাৰ্ড কমিছনাৰ গিৰীন গগৈ, জিলা চাহ মৰ্চাৰ সম্পাদক উমাকান্ত তাছা, টাওকাক গাঁও পঞ্চায়তৰ সভানেত্ৰী নিতুমনি প্ৰধান, সোণাৰি মন্ডলৰ সভাপতি অভিজিত চেলেং, চফ্ৰাই মণ্ডলৰ বগা তাঁতীৰ লগতে বহু কেইজন দলীয় কাৰ্যকৰ্তা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસાના કુંપટમાં આશાસ્પદ યુવાન વેપારીનું હાર્ટએટેકથી મોત
બનાસકાંઠાના ડીસામાં યુવા ખેડૂત અને એગ્રોના વ્યવસાય સાથે સંકળાયેલા વ્યક્તિનું યુવાન વયે હાર્ટ...
PM Modi US Visit: भारतीय-अमेरिकी समुदाय ने प्रधानमंत्री की तारीफ में पढ़े कसीदे, जमकर लगाए मोदी-मोदी के नारे
प्रधानमंत्री नरेन्द्र मोदी के अमेरिकी दौरे को लेकर भारतीय-अमेरिकी समुदाय के लोग उत्साहित नजर आ...
આજથી 7 વર્ષ અગાઉ સુરત પાસેના વરેલી ગામે પણ 21થી વધુ લોકોના ઝેરી દારૂ પીતા મોત થયા હતા ! પોલીસ ફરી એક્શનમાં આવી !
રાજ્યમાં દારૂબંધી માત્ર કાગળ ઉપર છે અને ગામડાઓમાં અને શહેરની ગલીખુચીમાં જોઈએ તેટલો દેશી,વિલાયતી...
নলবাৰীৰ কংগ্ৰেছ নেতা অনিল মহন্তৰ মৃত্যু, দল সংগঠনৰ শোক প্ৰকাশ
নলবাৰী জিলাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা সমাজকৰ্মী অনিল মহন্তৰ আজি দুপৰীয়া জিলাখনৰ বালিলেচাৰ গৃহত...
টংলাত সুধাকন্ঠ ভুপেন হাজৰিকাৰ ওপজা দিন উদযাপন
টংলাত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিন উদযাপন
ওদালগুৰি, ৮ ছেপ্তেম্বৰ:- ভাৰত ৰত্ন...