সোণাৰিৰ টাওকাক পঞ্চায়তৰ অন্তৰ্গত লালটি পথাৰত আজি বিধায়ক এলেকা উন্নয়ন পুঁজিৰ অধীনত প্ৰায় দুই লাখ টকা ব্যয়ৰে নিৰ্মাণ এখনি ৰাজহুৱা দুৰ্গা পূজাৰ স্থায়ী বেদী উদ্বোধন কৰা হয়। উক্ত পূজাৰ বেদী ভাগ আজি শুভ উদ্বোধন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সোণাৰি খণ্ড উন্নয়ন বিষয়া ৰেনু দেউৰী, বিজেপি চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষ্মীনাথ তাছা, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, ৰাজ্যিক বিজেপিৰ সদস্য দিলীপ কোঁৱৰ ডাঙৰীয়া, ৱাৰ্ড কমিছনাৰ গিৰীন গগৈ, জিলা চাহ মৰ্চাৰ সম্পাদক উমাকান্ত তাছা, টাওকাক গাঁও পঞ্চায়তৰ সভানেত্ৰী নিতুমনি প্ৰধান, সোণাৰি মন্ডলৰ সভাপতি অভিজিত চেলেং, চফ্ৰাই মণ্ডলৰ বগা তাঁতীৰ লগতে বহু কেইজন দলীয় কাৰ্যকৰ্তা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এটি কণমানি কাতৰ আহ্বান- 'হিমন্ত মামা আমাৰ মাৰ অসুখ হৈ আছে, মাক সহায় কৰক'
ধেমাজি জিলাৰ গোগামুখ গড়পৰা গাঁৱৰ দুৰ্ভগীয়া পৰিলয়াল এটা জীৱনলৈ নামি আহিছে কাল অমানিশা...
પાલીતાણા માનસિંહજી હોસ્પિટલમાં નિદાન કેમ્પ કરવામાં આવ્યો
પાલીતાણા માનસિંહજી હોસ્પિટલમાં નિદાન કેમ્પ કરવામાં આવ્યો
Gaza से बंधकों को छुड़ाकर लाना है, Israel की Sayeret Matkal यूनिट की कहानी जान लीजिए
Gaza से बंधकों को छुड़ाकर लाना है, Israel की Sayeret Matkal यूनिट की कहानी जान लीजिए
અમદાવાદના કાઉન્સીલર વિપુલ પટેલ સામે ફરિયાદ@Sandesh News
અમદાવાદના કાઉન્સીલર વિપુલ પટેલ સામે ફરિયાદ@Sandesh News