অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম আগন্তুক নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতিৰ নাৰায়ণপুৰস্থিত মুখ্য কাৰ্যালয়ত আজি বিয়লি উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকা সৌহাদ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ পুৱাৰে পৰা উজনিৰ উত্তৰ অসমৰ ভ্ৰমণ সুচী লৈ বিহপুৰীয়া সমষ্টিত উপস্থিত হোৱা মন্ত্ৰীগৰাকী বিধায়ক অমিয় কুমাৰ ভূঞাৰ একান্ত ইচ্ছাত যাত্ৰাপথত সাহিত্য সভাৰ আদৰণি সমিতিৰ মুখ্য কাৰ্যালয়টোত উপস্থিত হৈ সাহিত্য প্ৰেমী ৰাইজ আৰু আদৰণি সমিতিৰে সৌহাদ্যপূৰ্ণ অনুষ্ঠানত অংশ লয় ৷ মন্ত্ৰীগৰাকীয়ে সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন খন সফল কৰি তুলিবলৈ চৰকাৰী আৰু ব্যক্তিগত ভাৱে পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে ৷ মন্ত্ৰীগৰাকীৰ সহযোগিতা আগবঢ়াই বিধায়ক অমিয় কুমাৰ ভূঞাই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભાજપનાં ઉમેદવાર લવિંગજી ઠાકોર ઢોલના તાલે ઝુમ્યા | SatyaNirbhay News Channel
ભાજપનાં ઉમેદવાર લવિંગજી ઠાકોર ઢોલના તાલે ઝુમ્યા | SatyaNirbhay News Channel
ধেমাজিৰ চিচিবৰগাওঁত চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত প্ৰতিবাদী সমদল সদৌ ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ,সমদলত আৰক্ষীৰ বাধা প্ৰদান
চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ...
Weather News: दिल्ली में तेजी से गिर रहा तापमान, इन राज्यों में भी पड़ने वाली है कड़ाके की ठंड
राजधानी दिल्ली समेत समूचा उत्तर भारत धीरे-धीरे ठंड के आगोश में सिमटता जा रहा है. पहाड़ों पर पड़...