অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম আগন্তুক নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতিৰ নাৰায়ণপুৰস্থিত মুখ্য কাৰ্যালয়ত আজি বিয়লি উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকা সৌহাদ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ পুৱাৰে পৰা উজনিৰ উত্তৰ অসমৰ ভ্ৰমণ সুচী লৈ বিহপুৰীয়া সমষ্টিত উপস্থিত হোৱা মন্ত্ৰীগৰাকী বিধায়ক অমিয় কুমাৰ ভূঞাৰ একান্ত ইচ্ছাত যাত্ৰাপথত সাহিত্য সভাৰ আদৰণি সমিতিৰ মুখ্য কাৰ্যালয়টোত উপস্থিত হৈ সাহিত্য প্ৰেমী ৰাইজ আৰু আদৰণি সমিতিৰে সৌহাদ্যপূৰ্ণ অনুষ্ঠানত অংশ লয় ৷ মন্ত্ৰীগৰাকীয়ে সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন খন সফল কৰি তুলিবলৈ চৰকাৰী আৰু ব্যক্তিগত ভাৱে পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে ৷ মন্ত্ৰীগৰাকীৰ সহযোগিতা আগবঢ়াই বিধায়ক অমিয় কুমাৰ ভূঞাই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ভূৱা আধাৰ আৰু পান কাৰ্ড প্ৰস্তুতকাৰী চক্ৰ আটক
বটদ্ৰৱাৰ ডুমডুমীয়াত ভুৱা আধাৰ কাৰ্ড, পান কাৰ্ড, প্ৰস্তুতকাৰী আটক । নগাঁও জিলাৰ বটদ্ৰবা থানাৰ...
লক্ষাধিক গ্ৰাহকৰ বিপৰীতে দুগৰাকী মহিলা কৰ্মচাৰীয়ে চলাইছে অসম গ্ৰামীণ বিকাশ বেংকৰ শাখা
মাজুলী জিলাৰ নতুন বজাৰস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ ইণ্টাৰনেট সেৱা নিতৌ বিকল হোৱাৰ পৰিপ্ৰেক্ষিতত...
ડીસાના ધરપડા નજીક કારની ટક્કરે ઘવાયેલા યુવકનું મોત
ડીસાના ધરપડા નજીક કારની ટક્કરે ઘવાયેલા બાઇક ચાલકનું મોત નીપજતાં ફરિયાદ નોંધાઈ હતી.
ડીસા તાલુકાના...
PORBANDAR પોરબંદરમાં સખી કલબ દ્વારા સ્નેહમિલન અને જનરલ મીટીંગનું આયોજન 17 11 2022
PORBANDAR પોરબંદરમાં સખી કલબ દ્વારા સ્નેહમિલન અને જનરલ મીટીંગનું આયોજન 17 11 2022
#rajkot l વેરાવળથી રાજકોટ જતી ટ્રેનને આદ્રી રેલ્વે સ્ટેશને સ્ટોપ આપવા માંગ l Divyang News
#rajkot l વેરાવળથી રાજકોટ જતી ટ્રેનને આદ્રી રેલ્વે સ્ટેશને સ્ટોપ આપવા માંગ l Divyang News