সোণাৰি সমষ্টিৰ চফ্ৰাই দিচাং আলি জামাতৰ সুবিধাৰ্থে পঞ্চদশ ২০২০-২০২১ বিত্তীয় বৰ্ষৰ সাহায্য পুঁজিৰ পৰা প্ৰায় পাঁচ লক্ষাধিক টকা ব্যয়ৰে মিজাৰেবল টিউৱেল, শৌচালয় আৰু প্ৰস্ৰাবগাৰ নিৰ্মাণৰ আধাৰ শিলা স্থাপন কৰে সোনাৰি সমষ্টিৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। আধাৰশিলা স্থাপন কৰি তেখেতে নামঘৰৰ জ্ঞাতি বৰ্গৰ বহু দিনীয়া এটা সমস্যা আজি দূৰ হ'ল বুলি মন্তব্য কৰে।উক্ত অনুষ্ঠানত বিধায়ক গৰাকীৰ লগত উপস্থিত থাকে জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাস, তাই আহোম উন্নয়ন পৰিষদৰ সদস্য দিলীপ কোঁৱৰ, জিলা পৰিষদৰ সদস্যা জিনু কোঁৱৰ, চাফ্ৰাই গাঁও পঞ্চায়তৰ সভানেত্ৰী নিতুমনি গগৈ ৰাজকুমাৰী ,জামাতৰ সভাপতি ইব্ৰাহিম আলি, সম্পাদক মিৰান হোছেইন , আৰু বহু কেইজন দলীয় কাৰ্যকৰ্তা উপস্থিত আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಕೆ.ಆರ್. ಪುರಂ - ಬೈಯ್ಯಪ್ಪನಹಳ್ಳಿ ನಡುವೆ ಪ್ರಾಯೋಗಿಕ ಮೆಟ್ರೊ ರೈಲು ಸಂಚಾರ ಆರಂಭ
ಬೆಂಗಳೂರಿನ ಕೆ.ಆರ್. ಪುರಂ - ಬೈಯ್ಯಪ್ಪನಹಳ್ಳಿ ನಡುವೆ ಪ್ರಾಯೋಗಿಕ ಮೆಟ್ರೊ ರೈಲು ಸಂಚಾರ ಆರಂಭವಾಗಿದೆ.
ધ્રાંગધ્રા 108 એમ્બ્યુલન્સના EMT અને પાઇલોટ દ્વારા ઇમરજન્સીમા રાજ સીતાપુર પાસે એમ્બ્યુલન્સમાં હાઇવે ઉપર પ્રસુતિ કરાવી
સુરેન્દ્રનગર જિલ્લાના ધ્રાંગધ્રા 108 એમ્બ્યુલન્સના EMT અને પાઇલોટ દ્વારા ઇમરજન્સીમા રાજ સીતાપુર...
भजनलाल सरकार लाने जा रही है ये कानून, परिवार के सदस्यों की घट जाएगी संख्या
राजस्थान में जनसंख्या नियंत्रण का मुद्दा जोर पकड़ने लगा है। गुरूवार को मुख्यमंत्री भजनलाल शर्मा...
LTI Mindtree Q3 Results Impact | Margins में क्यों नजर आई दबाव? Q4 में कैसा होगा हाल? |Business News
LTI Mindtree Q3 Results Impact | Margins में क्यों नजर आई दबाव? Q4 में कैसा होगा हाल? |Business News
মৰাণ আৰক্ষীয়ে LPG গেছ চুৰি কৰি থাকোতে জব্দ কৰিলে চিলিণ্ডাৰ সহ ট্ৰাক
মৰাণ আৰক্ষীয়ে LPG গেছ চুৰি কৰি থাকোতে জব্দ কৰিলে চিলিণ্ডাৰ সহ ট্ৰাক