আজি বান্দৰদেৱাৰ সমীপৰ ডিক্ৰং দলংৰ তলত উদ্ধাৰ কৰা হয় এটা অৰ্ধগলিত মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহটো অৰুনাচল প্ৰদেশৰ Nerist ৰ BTech ছাত্ৰ ইকাৰ টাকিৰ বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰিছে ৷ যোৱা ১২ জুলাইত ছাত্ৰজনে পাৰে নৈত গা ধুবলৈ গৈ নিখোজ হৈ আছিল ৷ পৰিয়ালৰ লোকে ছাত্ৰজনৰ সন্ধান অব্যাহত ৰাখিছিল ৷ আজি ডিক্ৰং নদীৰ পানী জুৱলীত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰা হয় ৷ ছাত্ৰজনৰ ঘৰ পাচিঘাটত বুলি জানিব পৰা গৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સંજેલી ખાતે વર્ગ-3 સ્પર્ધાત્મક પરીક્ષાઓ ની તૈયારી માટે ફ્રી સેમિનાર યોજવામાં આવ્યો
દાહોદ જિલ્લાના સંજેલી ખાતે આવેલ શ્રી સરદારસિંહ માધ્યમિક અને ઉચ્ચતર માધ્યમિક વિદ્યાલય માં સંજેલી...
Cooperation of Somatostatin neurons in the cerebral cortex
Cooperation of Somatostatin neurons in the cerebral cortex
'चुनाव प्रचार में व्यस्त हूं, आज पेश नहीं हो सकती', ED के समन पर महुआ मोइत्रा ने दिया जवाब
कोलकाता। टीएमसी नेता महुआ मोइत्रा ने प्रवर्तन निदेशालय के समन को नजरअंदाज कर दिया है। इस...