আজি বান্দৰদেৱাৰ সমীপৰ ডিক্ৰং দলংৰ তলত উদ্ধাৰ কৰা হয় এটা অৰ্ধগলিত মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহটো অৰুনাচল প্ৰদেশৰ Nerist ৰ BTech ছাত্ৰ ইকাৰ টাকিৰ বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰিছে ৷ যোৱা ১২ জুলাইত ছাত্ৰজনে পাৰে নৈত গা ধুবলৈ গৈ নিখোজ হৈ আছিল ৷ পৰিয়ালৰ লোকে ছাত্ৰজনৰ সন্ধান অব্যাহত ৰাখিছিল ৷ আজি ডিক্ৰং নদীৰ পানী জুৱলীত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰা হয় ৷ ছাত্ৰজনৰ ঘৰ পাচিঘাটত বুলি জানিব পৰা গৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
संसद सत्र के पहले दिन मोदी-खरगे के बीच जुबानी जंग जान
सत्ता पक्ष के 'अबकी बार 400 पार' के नारे के जवाब में 'संविधान बदल देंगे' के नैरेटिव से विपक्ष ने...
Hyderabad: Heavy rain lashes the city; streets turn into streams | #shorts
Hyderabad: Heavy rain lashes the city; streets turn into streams | #shorts
માત્ર 8 દિવસની બાળકીનો 2.50 લાખમાં કરાયો સોદો, આરોપી દિલ્હીથી લાવી રહ્યા હતા વડોદરા
વડોદરા પોલીસના ડીસીપી ઝોન 2 અભય સોનીને બાતમી મળી કે દિલ્હીથી દુરંતો એકસપ્રેસ ટ્રેનમાં એક મહિલા...
Face care tips for Men | चेहरा चमकाने के 6 उपाए | Dr. Imran Khan
Face care tips for Men | चेहरा चमकाने के 6 उपाए | Dr. Imran Khan
৫১৩তম্ বিশ্বমহাবীৰ চিলাৰায় দিৱস
ৰহাত আক্ৰাছু নগাঁও জিলা ৰ উদ্যোগ ত আৰু ৰহা আঞ্চলিক ৰ সহযোগত দুদিনীয়া চিলাৰায় দিৱস আৰম্ভ।
আজি ৰাজ্যত বিশ্বমহাবীৰ ৫১৩তম্ দিৱস উদযাপন কৰাৰ লগতে ৰহাতো আক্ৰাছুৰ নগাঁও জিলা সমিতিৰ উদ্যোগ ত আৰু...