বিজেপি শিৱসাগৰ জিলাৰ সভাপতি ময়ুৰ বৰগোঁহাইৰ NGO আশ্ৰয়ৰ তৰফৰ পৰা নাজিৰা সমষ্টিৰ চন্টক চেংধৰা গাঁও আৰু বৰ মিচিং গাঁৱত কুকুৰা পোৱালি বিতৰণ কৰা হয় ।