বহু বছৰৰ পৰা নিজ অঞ্চলত গছপুলি ৰোপন কৰি অহা , অঞ্চলটোত প্ৰকৃতিপ্ৰেমী শিক্ষক হিচাবে জনাজাত , পৰবৰ্তী সময়ত ৰাজনীতিত নামি বিধায়ক হোৱা সোণাৰি সমষ্টিৰ বিধায়ক তথা প্ৰকৃতিপ্ৰেমী ধৰ্মেশ্বৰ কোঁৱৰৰ বিশেষ উদ্যোগত চকিয়াল যুৱ সমাজৰ সহযোগত সোমবাৰে ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাঙ্গণ আৰু ঐতিহাসিক শ-ধোৱা পুখুৰীৰ পাৰত শতাধিক গছপুলি ৰোপনৰ কাৰ্যসূচী হাতত লয় । এই কাৰ্যসূচীত সমাজকৰ্মী অতুল ৰাজকোঁৱৰ,প্ৰাক্তন আছুনেতা ৰঘু ৰাজকোঁৱৰ,যুৱনেতা পবিত্ৰ গগৈ,জ্যোতিষ কোঁৱৰ,সুৰুষ বৰগোহাঁই আৰু সাংবাদিক প্ৰণৱ বৰগোহাঁই উপস্থিতি থাকি সহযোগিতা আগবঢ়াই ৷।উল্লেখযোগ্য যে বিধায়ক গৰাকীয়ে জিলাখনৰ বিভিন্ন স্থানত লক্ষাধিক গছপুলি ৰোপন কৰাৰ লগতে মৈদাম ক্ষেত্ৰটো বহু বছৰৰ পৰা বহু ফলমুলৰ পুলি ৰোপন কৰি তাক প্ৰতিপালন কৰি আহিছে । জিলাখনৰ ধংসৰ গৰাহত পৰা চলা সংৰক্ষিত বনাঞ্চলখনো স্থানীয় ৰাইজৰ সহযোগত সংৰক্ষণত জড়িত হৈ পৰিছে বিধায়ক গৰাকী ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शिरूर तालुक्यातील कान्हूर मसाई मध्ये आज पिंजऱ्यात अडकलेला बिबट्या
शिरूर तालुक्यातील कान्हूर मसाई मध्ये आज पिंजऱ्यात अडकलेला बिबट्या
Newsclick Raids: न्यूज़क्लिक से जुड़े पत्रकारों पर दिल्ली पुलिस की छापेमारी (BBC Hindi)
Newsclick Raids: न्यूज़क्लिक से जुड़े पत्रकारों पर दिल्ली पुलिस की छापेमारी (BBC Hindi)
Goa Bar Row: Smriti Irani और उनकी बेटी को Delhi High Court से मिली.. ? | वनइंडिया हिंदी *News
Goa Bar Row: Smriti Irani और उनकी बेटी को Delhi High Court से मिली.. ?
अतिवृष्टीग्रस्त शेतकऱ्यांना नुकसान भरपाई द्या, औंढा तालुका ओला दुष्काळ जाहीर करा .
अतिवृष्टीग्रस्त शेतकऱ्यांना नुकसान भरपाई द्या, औंढा तालुका ओला दुष्काळ जाहीर करा
औंढा...