প্ৰথমটো সংহাৰী বানত বিধ্বস্ত হৈ কঁকাল পোণাব নৌপাওঁতেই আকৌ বানত ডুবিব ধৰিছে চেঙেলীয়াঝাৰৰ আশ-পাশৰ বিভিন্ন গাঁও। বিগত ১৬ জুনত ননৈ নদীৰ বাঢ়নী পানীয়ে পাঁচ ঠাইত চিঙিছিল মথাউৰি। ইয়াৰে কুমাৰপাৰাত চিঙা অংশৰে ওলোৱা নদীৰ বাঢ়নী পানীয়ে তচ্ নচ্ কৰিছিল কুমাৰপাৰা, দুৱৰীপাৰা, ঘোপেলী আদি গাওঁসমূহ। জনজীৱনৰ বিস্তৰ ক্ষতিৰ পিচত পানী শুকাইছিল যদিও যোৱা নিশাৰ পৰা ননৈৰ পানী বাঢ়িব ধৰাত পুণৰ প্লাৱিত হ'বলৈ আৰম্ভ কৰিছে উক্ত অঞ্চলসমূহ। কিয়নো মথাউৰিৰ ভগ্ন অংশটো সময়মতে মেৰামতি নহ'ল। পুণৰ আন এক বিভীষিকাৰ আশংকাৰ মুখামুখি হৈছে ৰাইজ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ভাৰতৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী । মৰাণত সাংবাদিকৰ আগত ভাষ্য দিওতে কৈ দিলে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ।
মৰাণত জিভা পিছল খালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ । বিশ্ব ৰেকৰ্ডৰ বাবে মৰাণৰ নাট্য মন্দিৰত আখৰা চলোৱা...
ધ્રાંગધ્રા-કચ્છ હાઇવે ઉપર સાયકલ સવાર વ્યક્તિને અજાણ્યા વાહને અડફેટે લીધો:સાયકલ ચાલકનું મોત નિપજ્યું
સુરેન્દ્રનગરના ધ્રાંગધ્રા તાલુકાના સોલડી ગામ પાસે ધ્રાંગધ્રા-કચ્છ હાઇવે ઉપર સાયકલ સવાર વ્યક્તિને...
भाजपाच्या पंकजा मुंडे यांनी कनकालेश्वर मंदिरात केली पूजा@india report
भाजपाच्या पंकजा मुंडे यांनी कनकालेश्वर मंदिरात केली पूजा@india report
વડોદરામાં ક્યાં થઇ હત્યા ? અને પોલીસે ગણતરીની મીનિટોમાં હત્યારાને ઝડપી લીધો 👇👉
વડોદરામાં ક્યાં થઇ હત્યા ? અને પોલીસે ગણતરીની મીનિટોમાં હત્યારાને ઝડપી લીધો 👇👉