সোণাৰিত যান বাহন আৰক্ষীৰ অভিযান।হেলমেট আৰু লাইচেঞ্চ বিহীন চালকৰ বিৰুদ্ধে কঠোৰ আৰক্ষী।

মুখ্যমন্ত্ৰীৰ কৰা নিৰ্দেশৰ পিছৰে পৰাই আৰক্ষী আৰু পৰিবহন বিভাগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হেলমেট আৰু লাইচেঞ বিহীন আৰোহীৰ বিৰুদ্ধে আভিযান চলোৱা দেখা যায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ আজি সোণাৰি যান বাহন আৰক্ষীয বিষয়া ইমৰান হুছেইনৰ নেতৃত্বত হেলমেট পৰিধান নকৰা বাইক আৰুহী আৰু লাইচেঞ্চ নথকা চালকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰে ।হেলমেট আৰু লাইচেণ্চ বিহীন আৰোহীক বিহিছে জৰিমণা।ৰাজপথত যাতে কোনো চালক বা আৰোহীয়ে যান বাহান আইন অমান্য কৰিব নোৱাৰে আৰু কোনো ধৰনৰ দুৰ্ঘটনাৰ সৃষ্টি নহয় তাৰ বাবে চুকা দৃষ্টি ৰাখি আজি এনেদৰে সোণাৰিত আৰক্ষীয়ে এইদৰে অভিযান চলাই।এই অভিযানত বহু কেইখন বাইক আৰোহীক বিহিছে জৰিমণা।