কুঁহিয়াৰকুছিৰ নাগাৰা নামৰ শিল্পী বলেন্দ্ৰ নাৰায়ণ কলিতাৰ ৪৫ বছৰ বয়সত আজি মৃত্যু হয়।
২০১৯ চনৰ পৰা শয্যাশায়ী হৈ আছিল শিল্পীগৰাকী। নাম পৰিৱেশন কৰি থকা অৱস্থাতে এদিন অসুস্থ হৈ পৰিছিল তেওঁ । তেতিয়াৰে পৰা পক্ষাঘাতগ্ৰস্ত আছিল শিল্পীগৰাকী । দুনী আঞ্চলিক ছাত্র সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক ,সদৌ অসম নাগাৰা নাম সংঘৰ সদস্য গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে আঞ্চলিক ৰাইজে ।